সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

KATIBIHU

আজি কাতি বিহু

আজি কাতি বিহু।আহিন-কাতি মাহৰ সংক্ৰান্তিত এই বিহু পালন কৰা হয় ।এই বিহুৰ আনুষঙ্গিক অনুষ্ঠান হ'ল ধাননি পথাৰত , তুলসীৰ তলত আদি স্থানত সৰিয়হ তেলৰ চাকি দিয়া আৰু পথাৰত ধান চাবলৈ যোৱা । আমি সকলোলৈকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

আজি কাতি বিহুৰ উৰুকাঃ মাজুলীৰ আউনীআটি সত্ৰত ৩৬৮ বছৰীয়া পৰম্পৰাৰে প্ৰজ্বলিত হ’ব ২১ গছি আকাশ…

◆ আজি কাতি বিহুৰ উৰুকা ◆ বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী ◆ অহাকালি মাহৰ সংক্ৰান্তিৰ দিনা ৰাজ্যজুৰি পালন কৰা হ'ব কাতি বিহু ◆ বিহুৰ বাবে সাজু হৈ উঠিছে মাজুলীৰ সত্ৰ সমাজ ◆ আজি মাজুলীৰ ঐতিহাসিক আউনীআটি সত্ৰত ৩৬৮ বছৰীয়া পৰম্পৰাৰে…