সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

ipl

IPLত সংযোজন হব দুটাকৈ নতুন দল, BCCI ৰ তালিকাত গুৱাহাটী

বহু চৰ্চিত ইণ্ডিয়ান প্ৰিমিয়ায় লীগ(IPL) ত সংযোজন হব দুটাকৈ নতুন দল। BCCI এ প্ৰকাশ কৰা ৬ চহৰৰ এখন বিশেষ তালিকাত গুৱাহাটী মহানগৰীৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে। গুৱহাটীৰ লগতে নাম অন্তৰ্ভুক্ত আছে ৰাচি, কটক, আহমেদাবাদ, লক্ষ্ণৌ আৰু ধৰমশালা চহৰৰ।…

Dream11 এইবাৰ আই পি এলৰ টাইটল স্পনছ’ৰ, কিন্তু এই কোম্পানীটো আছে চীনা বিনিয়োগ

আই পি এলৰ টাইটল স্পনছ'ৰক কেন্দ্ৰ কৰি চলি থকা সকলো বিতৰ্কৰ চলি থকাৰ মাজতে আজি বিচিচিআই য়ে ঘোষণা কৰে যে এইবাৰ আই পি এলৰ টাইটল স্পনছ'ৰ হ'ব Dream11। Dream11 নামৰ ভাৰতীয় ফেণ্টাছী গেমৰ কোম্পানীটোৱে আই পি এলৰ টাইটল স্পনছ'ৰ এই বিড ২২২ কোটি টকাত…

আই পি এলক ‘আত্মনিৰ্ভৰ’ কৰাৰ দায়িত্ব এইবাৰ পতঞ্জলিৰ

বিতৰ্কিত ঔষধ নিৰ্মাণ কোম্পানী পতঞ্জলিয়ে এইবাৰ স্পনছ'ৰ কৰিব আই পি এল। ইকনমিক টাইম নামৰ এখনত প্ৰকাশ পোৱা বাতৰি অনুসৰি আই পি এলৰ এইবাৰ টাইটল স্পনছ'ৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে পতঞ্জলিয়ে। উল্লেখযোগ্য যে আই পি এলে চীনা কোম্পানী ভিভ'ৰ পৰা টাইটল…

আই পি এল এ গ্ৰহণ কৰিব চাইনীজ কোম্পানীৰ স্পনশৰ্শ্বিপ, ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব খেল

১৯ ছেপ্টেম্বৰ ৰ পৰা আৰম্ভ হ'ব লগা আই পি এলে গ্ৰহণ কৰিব চাইনীজ কোম্পানীৰ স্পনশৰ্শ্বিপ। আই পি এল কৰ্তৃপক্ষৰ এই সিদ্ধান্ত অৱশ্যে এতিয়াও ভাৰত চৰকাৰৰ অনুমতি লাভ কৰা নাই। আই পি এলৰ চাইনীজ স্পনশ্বৰ সমূহৰ ভিতৰত আছে মোবাইল কোম্পানী Vivo, Paytm আৰু…