সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#hospital

২৮ বছৰীয়া এটা ‘ভূত বাংলা’

অগপ,কংগ্ৰেছ আনকি বিজেপিৰ দিনতো সম্পূৰ্ণ হৈ নুঠা এখন চিকিৎসালয়ৰ কাহিনী ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা একেলেথাৰিয়ে ১৫ বছৰ আছিল স্বাস্থ্য মন্ত্ৰী, তথাপিও তেওঁৰো চকুত নপৰিল শিৱসাগৰৰ এই চিকিৎসালয়খনলৈ ৷ এবছৰ দুবছৰ নহয়, ২৮ বছৰে…

বিষাক্ত সুৰাৰ কবলত গুজৰাট, এতিয়ালৈ মৃত্যু ৩০ জনৰ

বিষাক্ত সুৰাই সন্ত্ৰাস চলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটত৷ বিষাক্ত সুৰা সেৱন কৰি এতিয়ালৈ গুজৰাটৰ বটাড জিলাৰ ৩০ জন লোকে প্ৰাণ হেৰুৱাইছে৷অন্যহাতে ৫১ জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত৷ উল্লেখ্য যে,সোমবাৰে পূৱা জিলাখনৰ চৰকাৰী…

হাস্পতালত অক্সিজেন শেষ হৈ আহিছে : ইউক্ৰেইনত ভয়াৱহ পৰিস্থিতি

আৰু মাত্ৰ ২৪ ঘন্টা ৷ তাৰ পাছতেই ইউক্ৰেইনৰ হা্পতালত বন্ধ হ’ব অক্সিজেনৰ সৰবৰাহ ৷ এই সতৰ্কবাৰ্তা জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থা(হু)ই ৷ হুৰ সতৰ্কবাৰ্তা অনুসৰি অক্সিজেন সৰবৰাহ বন্ধ হ’লে হাস্পতালসমূহত গুৰুতৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব আৰু ইয়াৰ ফলত…