সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

delhi

কৰোনো- মৃত ব্যক্তিকলৈও কেলেংকাৰী!

দিল্লীৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে নগৰ নিকায়লৈ ক'ৰোনাৰ ষ্টেণ্ডাৰ্ড অপাৰেটিঙৰ যোগেদি মৃতকৰ অন্তিম সংস্কাৰৰ তথ্য বিচাৰি প্ৰেৰণ কৰিছে পত্ৰ। বিগত সপ্তাহত স্বাস্থ্য সচিব পদ্মিনী সিংগলাই দিল্লীৰ উত্তৰ আৰু দক্ষিণ MCDৰ কমিছনাৰলৈ পত্ৰ প্ৰেৰণ…

৭০% বাঢ়িল সুৰাৰ দাম

ক’ৰোনা মহামাৰীয়ে দেশত ভয়াৱহ বিত্তীয় সংকটৰ সৃষ্টি কৰিছে৷চৰকাৰৰ ৰাজহ সংগ্ৰহ প্ৰায় শূণ্য৷এনে অৱস্হাত সকলো ৰাজ্য চৰকাৰেই সুৰাৰ মূল্যবৃদ্ধিকে বিত্তীয় সংকটৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ পথ হিচাপে বাছি লৈছে৷শেহতীয়াকৈ দিল্লী চৰকাৰে সুৰাৰ ওপৰত ৭০ শতাংশ…