সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

covid_vaccine

পুনৰ ভয়াবহ কোভিড সংক্ৰমণ দেশত

পুনৰ ভয়াবহ কোভিড সংক্ৰমণ দেশত স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us Facebook:…

ক’ভিড ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়….

কেন্দ্ৰই ক’ভিড ভেকচিন প্ৰসংগত দেশৰ উচ্চতম ন্যায়ালয়ত এক শপত নামা দাখিল কৰিছে। এই শপতনামাত কৈছে যে, ক’ভিড ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়। কোনোলোকে ইচ্ছা নকৰিলে তেওঁক ভেকচিন গ্ৰহণৰ বাবে বাধ্য কৰিব নোৱাৰিব। কেন্দ্ৰই লগতে শপত নামাত কৈছে যে,…

ক’ভিড ভেকচিনৰ বৰ্ষপূতি

আজি ক'ভিড ভেকচিনৰ বৰ্ষপূতি। ১৬ জানুৱাৰী, ২০২১ এই দিনটোৰ পৰাই ভাৰতত আৰম্ভ হৈছে ক'ভিড ভেকচিনৰ প্ৰদান প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মী, ফন্টলাইন  কৰ্মী আৰু ৬০ বছৰ বয়সৰৰ ওপৰৰ সকলো ব্যক্তিকে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছিল কেন্দ্ৰীয় তথা…

দুইপালি ভেকচিন নোলোৱা লোকে ওলাব নোৱাৰিব ঘৰৰ পৰা

আজিৰে পৰা ভেকচিন নোলোৱা লোকৰ বাবে কঠোৰ বাধা-নিষেধ জাৰি কৰিছে ৰাজ্য চৰকাৰে। কোভিডৰ দুইপালি ভেকচিন নোলোৱা লোকে আজিৰে ওলাব নোৱাৰিব ঘৰৰ পৰা। হাস্পতালৰ বাহিৰে ৰাজহুৱা স্থানত প্ৰৱেশত কৰিব নোৱাৰিব ভেকচিন নোলোৱা লোকে। লগতে হোটেল, মল, ৰেষ্টুৰেণ্ট…

সমগ্ৰ দেশৰ চহৰসমূহত সোমবাৰৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে কোভিড টিকাকৰণ আৰম্ভ কৰিছে।

সমগ্ৰ দেশৰ চহৰসমূহত সোমবাৰৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে কোভিড টিকাকৰণ আৰম্ভ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰা মতে, ভাৰত বায়োটেকৰ কভাক্সিন যোগ্য শিশুসকলক প্ৰদান কৰা হ'ব আৰু ২৮ দিনৰ ব্যৱধানত দুটা পালি দিয়া…