সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

CONGRESS

দেশে তেওঁক কিদৰে মনত ৰাখিব?

ড০ মনমোহন সিং প্ৰধানমন্ত্ৰী হোৱা ঘটনাটো একপ্ৰকাৰ দুৰ্ঘটনাই আছিল৷ সেইবাবেই তেওঁৰ প্ৰেছ উপদেষ্টা সঞ্জয় বাৰুয়ে লিখা গ্ৰন্থখনৰ নাম দিছিল ‘দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ’। তাতকৈও দুৰ্ঘটনাৰে ভৰা আছিল প্ৰধানমন্ত্ৰী হিচাপে সংসদৰ প্ৰথমখন অধিৱেশন৷…

আৰক্ষী মানুহ হৈ আছেনে? কাঠগড়াত পুলিচ

কন্দুৱা গেছৰ নিৰ্বিচাৰ প্ৰয়োগে প্ৰাণ কাঢ়িলে এগৰাকী প্ৰতিবাদকাৰীৰ৷ কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাই আকৌ এবাৰ কাঠগড়াত তুলিছে অসম আৰক্ষীক৷ বাৰম্বাৰ বিতৰ্কৰ আৱৰ্তত থকা অসম আৰক্ষীৰ কাৰ্যকুশলতাক লৈ এইবাৰেই প্ৰথম প্ৰশ্ন উত্থাপণ হোৱা নাই৷…

কংগ্ৰেছে বাস্তৱতাক বুজিব কেতিয়া?

কংগ্ৰেছ এতিয়াও আত্মবিশ্বাসী যে সমগ্ৰ দেশৰ জনতাই বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছক ভোট দিবলৈ উদগ্ৰীৱ হৈ আছে৷ কিন্তু কংগ্ৰেছৰ এই ভাৱনাক এটাৰ পাছত আন এটা নিৰ্বাচনৰ ফলাফলে বাৰম্বাৰ ভুল প্ৰমানিত কৰিছে৷ এইটো অনস্বীকাৰ্য যে ভাৰতৰ নিৰ্বাচনী…

চৰকাৰৰ বিৰুদ্ধে দেশক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ কিয় ৰাহুল গান্ধীৰ ?

পুৱাই ভাৰত চৰকাৰক সকীয়ণি দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইট ৷ ভাৰত-চীন সীমান্তত চীনে নিৰ্মান কাৰ্য চলাই থকা সন্দৰ্ভত টুইট কৰি ৰাহুল গান্ধীয়ে কয় যে চীনে ভৱিষ্যতে শত্ৰুতাপূৰ্ণ কাৰ্যৰ বাবে ভেটি নিৰ্মান কৰি আছে ৷ ভাৰত চৰকাৰে বিষয়টোক আওকান কৰি…

COVID FILES : চীনৰ ৫০ হাজাৰ পি পি ই কীট ক’লৈ গ’ল ? সৰৱ কংগ্ৰেছ- অজাপ – ৰাইজৰ দল

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানমূলক প্ৰতিবেদনে জোকাৰণিৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত ৷ ২০২০ চনৰ ১৫ এপ্ৰিলত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মাজনিশা বিমান বন্দৰত উপস্থিত হৈ চীনৰ পৰা ৫০ হাজাৰ পি পি ই কীট অসমলৈ আহি…

৪০ হাজাৰ কৌটি ব্যয় কৰিবলৈ সক্ষম হ’বনে কংগ্ৰেছ দল ?

প্ৰশান্ত কিশোৰৰ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ কংগ্ৰেছক প্ৰয়োজন হ’ব ৪০ হাজাৰ কৌটি ৷ ক’ত , কেনেদৰে ব্যয় কৰিব লাগিব কংগ্ৰেছ দলে ? চাওক এই প্ৰতিবেদনত- স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি –…

প্ৰশান্ত কিশোৰৰ কংগ্ৰেছ যোগদানত কিদৰে হেঙাৰ হৈছে ৰিপুন বৰা?

দেশৰ জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ সৰদেশাইৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ ৰিপুন বৰাৰ লগত টেলিফোনত কি কথা পাতিলে প্ৰশান্ত কিশোৰে? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos…

কংগ্ৰেছৰ সন্মুখত প্ৰশান্ত কিশোৰৰ কঠিন চৰ্ত

কংগ্ৰেছৰ সন্মুখত প্ৰশান্ত কিশোৰৰ কঠিন চৰ্ত ৷ নতুন ভূমিকা ল’ব লাগিব ছোনিয়া গান্ধীয়ে ৷ কি হ’ব ৰাহুল গান্ধীৰ ভূমিকা ? প্ৰশান্ত কিশোৰ পৰিকল্পনাত কি আছে ? সবিশেষ এই প্ৰতিবেদনত- স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব…