সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#cmdrhimantabiswasarma

বিহু সমিতিসমূহক বিহু পাতিবলৈ চৰকাৰে দিব সাহাৰ্য্য- ডঃ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষাণা- ১৫ ফেব্ৰুৱাৰী পৰা ৰাজ্যত কভিডৰ সকলো নিষেধাজ্ঞা বাতিল। লগতে এইবাৰ ৰাজ্যবাসীয়ে পালন কৰিব পাৰিব হেঁপাহৰ ৰঙালী বিহু। বিহু সমিতিসমূহক বিহু পাতিবলৈ চৰকাৰে দিব ডেৰ লাখ টকাকৈ সাহাৰ্য্য। কিন্তু ১০ বছৰ…

সময় নাই, নিজৰেই নিয়ম ভংগ কৰি পৰীক্ষা পাতিবলৈ লৰালৰি এপিএছচিৰ?

সময় নাই, নিজৰেই নিয়ম ভংগ কৰি পৰীক্ষা পাতিবলৈ লৰালৰি এপিএছচিৰ? কি নিয়ম ভংগ কৰিলে এপিএছচিয়ে? ভোট বিচাৰি যোৱা বিজেপি প্ৰার্থী সঘন প্ৰতিবাদৰ সন্মুখীন হৈছে কিয় উত্তৰ প্ৰদেশত? বিহু ফাংচনলৈ জুবিনক মাতিব নালাগে বুলি কিয় কলে মুখ্যমন্ত্ৰীয়ে?…

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক জন্মদিন

আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক জন্মদিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন গৃহ সমষ্টিতো ৰাইজে বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে। জালুকবাৰী সমষ্টিৰ ৰাইজে তিনিদিনীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন পালন…

অসমত পুনৰ নহয় লকডাউন

ভাৰতত কভিড`ৰ তৃতীয়টো ঢৌ অ`মিক্ৰনত বৰ্তমানলৈ ২১৩৫ জন লোক আক্ৰান্ত হৈছে। অসমতো কভিড`ৰ সংক্ৰমণ দ্ৰুতগতিত বাঢ়িছে। কভিড`ৰ তৃতীয়টো ঢৌত অসমত প্ৰত্যেক দিনাই ১২০ৰ পৰা ৪৫০ ৰোগী আক্ৰান্ত হৈছে। এইকথা অৱগত কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। লগতে…