সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

bpf

BTR Elections: বি টি আৰ দখলৰ যুঁজত বি জে পি-কংগ্ৰেছ; একেদিনাই বড়োভূমিত ড° হিমন্ত বিশ্ব শৰ্মা-গৌৰৱ…

আসন্ন বড়ো টেৰিটৰিয়েল ৰিজিঅ’নৰ নিৰ্বাচন (BTR Elections)ক কেন্দ্ৰ কৰি অসমৰ ৰাজনৈতিক পৰিৱেশ ক্ৰমাৎ গৰম হৈ উঠিছে। শাসকীয় ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু বিৰোধী কংগ্ৰেছ দুয়োটা দলেই ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনত জয়ী হ’বলৈ তীব্ৰ…

পুনৰ চূড়ান্ত হ’ল বিজেপি আৰু বিপিএফ ৰ মিত্ৰতা

ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। এইবাৰ পুনৰ চূড়ান্ত হ'ল বিজেপি আৰু বিপিএফৰ মিত্ৰতা। আনুষ্ঠানিক ভাৱে এই কথা ঘোষণা কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। উপ নিৰ্বাচনত ভৱানীপুৰ সমষ্টিত বিজেপিক সমৰ্থন দিব বিপিএফয়ে আৰু গোসাঁইগাঁৱত সমষ্টিত…

আনুষ্ঠানিকতা বাকী : বিজেপিৰ সংগ এৰিবলৈ সাজু হাগ্ৰামা

এতিয়া কেৱল আনুষ্ঠানিকতাহে বাকী ৷ বিজেপিৰ সংগ এৰিবলৈ সাজু হৈছে মিত্ৰদল বি পিএফ ৷ দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে মুকলিকৈ এই মন্তব্য কৰিছে ৷ আজি অসমীয়া দৈনিক কাকত “নিয়মীয়া বাৰ্তা”ত প্ৰকাশিত এক বাতৰিত মহিলাৰীয়ে মন্তব্য কৰিছে যে আজিৰ তাৰিখত…