টেগ assam

সাম্প্ৰতিক (৪): শিল্পী কোন?-— বিশ্বজিৎ বৰা

আমাৰ সমাজ ব্যৱস্থা দুই উপাদানেৰে গঠিত – যি দৃশ্যমান (visible) আৰু যি অদৃশ্য (invisible)। এক বিশেষ আদৰ্শৰ ভিত্তিত এই দৃশ্যমান আৰু অদৃশ্যৰ পুনৰ্গঠন বা পুনৰ্বিন্যাসৰ প্ৰক্ৰিয়াই হৈছে ৰাজনীতি। আৰ্ট বা কলা বা শিল্পৰ প্ৰসংগটো এই কাৰণেই গুৰুত্বপূৰ্ণ যে শিল্প হৈছে…

অসমত AFSPA ৰ ম্যাদ পুনৰ ছয় মাহৰ বাবে বৃদ্ধি

photo courtesy: New Indian Express

অসমত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন(AFSPA) ৰ ম্যাদ পুনৰ ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে। শেহতীয়াকৈ অসমক “অশান্ত অঞ্চল’ বুলি ঘোষিত কৰাৰ পাছত অসমত AFSPA প্ৰযোজ্য কৰা হৈছিল। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনে প্ৰকাশ কৰা এক বাতৰি অনুসৰী অহা…

গুৱাহাটী বিমান বন্দৰক ৫০ বছৰৰ বাবে ব্যক্তিগত খণ্ডক গতালে মোডী চৰকাৰে

photo courtesy: Pratidin Time

আজি মোডী চৰকাৰৰ কেবিনেটে গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰক ৫০ বছৰৰ বাবে পাব্লিক প্ৰাইভেট পাটনাৰশ্বিপৰ আধাৰত লিজত দিয়াৰ বাবে সন্মতি প্ৰদান কৰে। যোৱা বছৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমান বন্দৰ পৰিচালনাৰ বাবে হোৱা বিডিংত আদানী গ্ৰুপে লাভ কৰিছিল।…

সংস্কৃতিৰ ৰাজনীতি আৰু ৰাজনৈতিক সংস্কৃতি: সুৰ সমলয় কলা সংস্থানৰ ‘ফ’ক স্টোৰিজ’

ক’ভিড মহামাৰীয়ে সমগ্র দেশৰ অর্থনৈতিক ভাবে দুর্বল খাটি খোৱা মানুহৰ প্রতি যি ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে তাত বহু শ্রেণীৰ লোকৰ লগতে শিল্পী আৰু সাংস্কৃতিক উদ্যোগৰ কথাটো বিশেষভাৱে আলোচনা হৈছে।অসমত চৰকাৰী পক্ষই মহামাৰীৰ ক্ষতিপূৰন হিচাপে অলপতে যি এক কালীন সাহার্য্য প্রদান…

জুবিন গাৰ্গ, বিপিন চাউদাংৰ পিছত মন সলনি হৈছে যতীন বৰাৰো

জুবিন গাৰ্গ, বিপিন চাউদাং ৰ পিছত এইবাৰ মন সলনি হৈছে যতীন বৰাৰো। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিজেপি দল ত্যাগ কৰা ‘অভিনেতা’ যতীন বৰাৰ আকৌ বিজেপিলৈ যোৱাৰ মন মেলিছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি পুনৰ গেৰুৱা বসন পিন্ধিবলৈ…

অসমৰ ILP ক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি, উত্তৰ দিবলৈ কেন্দ্ৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ পৰা Inner Line Permit প্ৰত্যাহাৰ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ ১১ ডিচেম্বৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই কৰা আবেদনৰ আজি উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে। দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়েৰ নেতৃত্বত…

২১’ত চাই ল’ম-বুলন কুমাৰ শইকীয়া

“আছুৰ নেতৃত্বক সাক্ষী কৰি এচাম খ্যাতি সম্পন্ন শিল্পীয়ে ২০২১ত শাসকীয় দলক চাই ল’ম বুলি হুংকাৰো দিছিল ৷ প্ৰতিবাদী মঞ্চৰ পৰা সৰ্বা হিমন্তক উদ্দেশ্যি থুই পেলোৱা হৈছিল ৷ দুই জনৰ অহিত কামনাৰে খেনোৱে গোসাঁই ঘৰত চাকি দিয়াৰ কথাও ৰাজহুৱাকৈ ঘোষণা কৰিছিল…

“পৰিৰ্বতিত ব্যৱস্থা আৰু আগ্ৰাসী সময়”

“নতুন প্ৰজন্মটোৱে বিশ্বায়নৰ মোকাবিলা কৰিছে কেনেকৈ? এফালে নৈতিকতা, আৰু আনফালে বিশ্বায়ন, এই দুই দন্দ্বৰ মাজত পাৰিছেনে অৰ্থনৈতিক, সামাজিক অথবা সাংস্কৃতিক পুঁজি সংগ্ৰহ কৰিব? আচলতে এই তিনিওবিধ পুঁজিকে বিশ্বায়নে প্ৰত্যক্ষভাৱে হস্তগত কৰি পেলালে । এক কথাত কৰ্পৰেটৰ হাতলৈ গ’ল । কৰ্পৰেটেই…

‘কা’ আন্দোলনৰ নেতা অখিল গগৈৰ জামিন আবেদন পুনৰ নাকচ

‘কা’ আন্দোলনৰ নেতা অখিল গগৈৰ জামিন আবেদন আজি পুনৰ নাকচ কৰিলে ‘নিয়া’ৰ আদালতে। চান্দমাৰী থানাৰ ১৩/১৯ গোচৰৰ শুনানিত ‘নিয়া’ৰ আদালতে ‘কা’ আন্দোলনৰ নেতা জনৰ জামিন নাকচ কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই জনোৱা মতে,ইয়াৰ পাছত তেওঁলোকে উচ্চ ন্যায়ালয়ত নেতা গৰাকীৰ…