Reporting on
১ লাখক পট্টা দিয়াৰ কথা আছিল , পালে কিমানে ?

চলিত বৰ্ষৰ ২৩ জানুৱাৰীত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত এক বিশাল জনসভাত ভাগ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই বিশালসভাত ভাগ লৈ ১ লাখ লোকক ভূমি পট্টা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে। স্বাধীনতাৰ পিছত এইটোৱে অসমত বৃহৎ সংখ্যক লোকক একেলগে ভূমিপট্টা প্ৰদান…









