টেগ assam

NHPC ত পুনৰ ভয়ংকৰ অঘটন !

পুনৰ অঘটন গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত। ৫নং টানেলখহি বৰ্তমানেও তীব্ৰ গতিত ঢল বাগৰি আছে আৰু প্লাবিত হৈ পৰিছে অঞ্চলযুৰি। পানীৰ ভৰত ভূমিস্থ খলন হৈ জলবিদ্যুৎ প্ৰকল্পৰ পৰা খহি পৰিল পাহাৰৰ বৃহৎ অংশ। বৰ্তমানেও আতংকময় পৰিবেশৰ সৃষ্টি হৈ আছে অঞ্চলযুৰি।

আত্মজাহ দিব এজন বিধায়কে

বঙাইগাঁওৰ আই নৈৰ খহনীয়া দেখি চিন্তিত এজন বিধায়ক। স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে দীৰ্ঘ দিন ধৰি চৰকাৰক খহনীয়া প্ৰতিৰোধ কৰিবৰ বাবে আহ্বান জনাই আহিছে যদিও কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ সুফল লাভ কৰা নাই সাধাৰণ লোকসকলে। যিহেতু খহনীয়াৰ ফলত মানচিত্ৰৰ…

উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ লগতেই বিকাশৰ প্ৰতিদ্বন্দিতাত হাৰি গৈছে নেকি অসম ?

অসমৰ বিকাশৰ স্বৰুপ আকৌ উদঙালে নীতি আয়োগৰ প্ৰতিবেদনে৷জিলাভিত্তিক উন্নয়নত অসমক পিছ পেলালে ত্ৰিপুৰা আৰু চিকিমে৷ বিগত বুধবাৰে নীতি আয়োগে মুকলি কৰে Sustainable Development Goals in the NorthEastern Region ৰ প্ৰতিবেদন৷নীতি আয়োগৰ সমীক্ষাই সামৰি লৈছিল উত্তৰ-পূর্বৰ ১০৩ খন জিলা৷উত্তৰ পূর্বৰ এই…

উত্তৰ পূৱত কি এই ভিষ্টাডোম ৰে’ল ?

প্ৰথমবাৰৰ বাবে উত্তৰ পূৱত ভিষ্টাডোম ৰে’লসেৱা। যাত্ৰীৰ সুবিধাৰ্থে উত্তৰ পূব সীমান্ত ৰে’লৰ নতুনকৈ সংযোগ হৈছে এই বিশেষ ৰে’ল সেৱা। সপ্তাহত দুদিনকৈ চলিব লগা এই ৰে’ল খনত আছে অত্যাধুনিক সুবিধা। পুৱা ৬.৩৫ বজাত যাত্ৰা আৰম্ভ কৰি ১১.৫৫ বজাত উপস্থিত হব হাফলঙত।…

ব্ৰীজ ৰ পৰিচালক কৃপাল কলিতা লৈ শ্ৰেষ্ঠ নবাগত পৰিচালক আৰু মূল অভিনেত্ৰী শিৱা ৰাণী কলিতা লৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান

ব্ৰীজ ৰ জড়িয়তে অসমীয়া চলচ্চিত্ৰ লৈ আহিছে আন এক সূখবৰ ! ৫ -২১ আগষ্ট ২০২১ লৈ সদ্যসমাপ্ত সন্মানীয় ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল চিনচিনেটি (Indian film festival of CINCINNATI-2021) ত কৃষ্টি পথাৰ ৰ বেনাৰত কৃপাল কলিতা ৰ পৰিচালনা ৰে নিৰ্মিত পুৰ্ণদৈৰ্ঘ চলচ্চিত্ৰ…

পুনৰ উত্তাল অসম-মেঘালয় সীমান্ত

অসমৰ ভূমিত পুনৰ মেঘালয়ৰ আগ্ৰাসনৰ চেষ্টা। ১৫০ জনীয়া খাচী দুৰ্বৃত্তৰ এটা দলে দখল কৰিবলৈ চেষ্টা কৰিছিল অসমৰ ভূমি। পশ্চিম কাৰ্বি আংলঙৰ উমলাফেৰত অসম মেঘালয় সীমান্তত সংঘটিত হয় এই ঘটনা। ১৫০ জনীয়া দুৰ্বৃত্তৰ দলটোৱে অসম আৰক্ষীৰ শিবিৰ প্ৰায় ৪০ কিলোমিটাৰ পিছুৱাই…

প্ৰবল বৃষ্টিপাতে জোঁকাৰিব অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলক

ৰাজ্যত আজিৰে পৰা প্ৰৱল বৃষ্টিপাতৰ পূৰ্ণ সম্ভাৱনা । অসমক Orange Zone ঘোষণা কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ । ২৪ৰ পৰা ২৬ আগষ্টলৈ উত্তৰ-পূৰ্বাঞ্চলত জাৰী কৰা হৈছে সতৰ্কবাণী। অৰুণাচল প্ৰদশ আৰু মেঘালয়কো Orange Zone ঘোষণা। বে’ অৱ বেংগলত সৃষ্টি হোৱা ধুমুহাৰ তাণ্ডৱৰ…

তালিবানক সমৰ্থন কৰি অসমত গ্ৰেপ্তাৰ হ’ল কোন কোন ?

তালিবানক সমৰ্থন কৰি অসমত গ্ৰেপ্তাৰ হোৱা ব্যক্তিৰ তালিকা – মৌলানা ফাইজুল কৰিম (৪৯), দৰঙ আবু বক্কৰ ছিদ্দিকী (৫৫) , কামৰূপ(গ্ৰাম্য) ছাইদুল হক (২৯), কামৰূপ(গ্ৰাম্য) জাৱেদ মজুমদাৰ , কাছাৰ মজিদুল ইছলাম (২৫) , বৰপেটা ফাৰুক হুছেইন খান (৩২) , বৰপেটা ছায়দ…

ডিটেনশ্যন চেন্টাৰৰ নতুন নাম কি ?

অসমত থকা ডিটেনশ্যন চেন্টাৰসমূহ এতিয়াৰে পৰা পৰিচিত হ’ব ‘ট্ৰানজিত কেম্প’ হিচাপে৷ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুখ্য সচিব নীৰজ বাৰ্মা স্বাক্ষৰিত এখন জাননীত এই ঘোষণা কৰা হয় ৷ ৰাজ্যত বৰ্তমান ৬ টা ডিটেশ্বন চেন্টাৰ আছে ৷ এই ডিটেনশ্ব চেন্টাৰসমুহত…

১ ছেপ্তেম্বৰৰ পৰা অসমত আনলক : আৰু কি কি ঘোষণা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ?

আনলক সন্দৰ্ভত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা ৰাজ্যত দৈনিক কোভিড আক্ৰান্তৰ সংখ্যা ৫০০ লৈ হ্ৰাস পালেই সম্পূৰ্ণ আনলক ৷ বৰ্তমানৰ দৰে পৰিস্থতি অব্যাহত থাকিলেও ১ ছেপ্তেম্বৰৰ পৰা আন্ত:জিলা যাতায়ত সম্পূৰ্ণৰূপে মুকলি হ’ব ৷ দশম , দ্বাদশ শ্ৰেণীৰ লগতে…