টেগ assam

বৃহৎ নদীবান্ধ বান্ধৰ দাবীত ৰাজ্যজুৰি যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্য্যসূচী, “উত্তৰ অসমৰ জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্য্যন্ত নদীবান্ধ বন্ধ ৰাখক” : পলাশ চাংমাই

গুৱাহাটী 6ছেপ্তেম্বৰ: নামনি সোৱঁণশিৰিৰ বৃহৎ নদীবান্ধ বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে | কাৰ্য্যসূচী মতে সমগ্ৰ অসমৰ পৰিষদৰ সকলো জিলা সমিতিয়ে সংশ্লিষ্ট প্ৰশাসনিক জিলাৰ উপায়ুক্ত কাৰ্য্যালয় সমূহৰ সন্মূখত নদী বান্ধ বিৰোধী বিভিন্ন বেনাৰ পষ্টাৰ লৈ…

অখিল গগৈৰ সন্দৰ্ভত কি কলে আজমলে ?

অৱশেষত মৌনতা ভংগ কৰিলে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে। উপ নিৰ্বাচন আৰু কেটবোৰ বিষয়ক লৈ বিস্ফোৰণ ঘটাইছে সাংসদ গৰাকীয়ে। বিধায়ক অখিল গগৈক হতাশগ্ৰস্ত আৰু পৰাজিত নায়ক আখ্যা অজমলৰ। লগতে তেওঁ কয় যে ১৫-২০ খন আসন জিকিম বুলি ভবা অখিল…

গো-সুৰক্ষা আইনৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ প্ৰতিবাদ

গো-সুৰক্ষা আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অখিল গগৈৰ আন্দোলনৰ ঘোষণা। বিধায়ক হোৱাৰ পিছত অখিল গগৈৰ নেতৃত্বত এয়া প্ৰথম আন্দোলন। বিধায়ক গৰাকীৰ মতে  ‘ৰাজ্যৰ বহু থলুৱা কৃষক গো পালনৰ লগত জড়িত হৈ আছে। যদিহে গো সুৰক্ষা আইন অসমত প্ৰবৰ্তন হয় তেতিয়া বহু সংখ্যক…

আজিৰে পৰা আৰম্ভ হল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা

পুনৰ আৰম্ভ হ’ল উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। নিতৌ পুৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ কোভিড বিধি অনুসৰি চলাচল কৰিব ফেৰী সেৱা। ২১ মে’ ৰ পৰা আন্তঃজিলা যাতায়াত বন্ধ থকাৰ বাবেই চাৰিমাহ ধৰি বন্ধ আছিল গুৱাহাটীৰ ফেৰী…

হাওৰাঘাটত জ্ঞান সাধনা বঁটা প্ৰদান

৫ ছেপ্তেম্বৰ, হাওৰাঘাট : পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ হাওৰাঘাটতো শিক্ষক দিৱস উদযাপন । এই উপলক্ষে সামাজিক প্ৰতিষ্ঠান যমুনা গ্ৰুপৰ উদ্যোগত তিনি গৰাকী কৃতী শিক্ষ্ক ক্ৰমে তৰুণ চন্দ্ৰ সন্দিকৈ, সাৱিত্ৰী দাস আৰু আশ্ৰফ উদ্দিন আহমেদ লৈ “জ্ঞান সাধনা বঁটা” আৰু দুগৰাকী…

ৰাজ্যৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে SEBAৰ নতুন নিৰ্দেশনা

⚫ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে SEBAই ⚫ সংশোধিত পাঠ্যক্ৰম ছেবাৰ ৱেবছাইট www.sebaonline.org ত উপলব্ধ হ’ব ⚫ ২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম প্ৰায় ৪০ শতাংশ হ্ৰাস কৰা হব ⚫…

পুনৰ মুকলি হ’ল কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান

বিগত ৫ মাহৰ অন্তত পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান। ক’ভিড মহামাৰী ৰ বাবে পৰ্যটকৰ বাবে বন্ধ হৈ আছিল উদ্যানখন। ক’ভিড পৰিস্থিতি কিছু শাম কটাৰ বাবে ক’ভিড প্ৰটোকল মানি উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰে উদ্যান…

অসম সন্তান আদিল হুছেইনলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

ৱাশ্বিংটন ডিচি দক্ষিণ এছিয়া চলচ্চিত্ৰ মহোৎসৱত “ৰাহগীৰ” ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিলে অসম সন্তান আদিল হুছেইনে। অভিনেতা জনে টুইটাৰ যোগে ৰাজহুৱা কৰিছে এই কথা। জেষ্ঠ অভিনেতা জনৰ সফলতাক লৈ এতিয়া উৎসাহী অসমৰ জনতা।

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে কি কি প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে?

পৰিষদে ঘোষণা কৰা বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন কাৰ্যসূচী : 1. অহা ইং 3 ছেপ্তেম্বৰ 2021তাৰিখে বৃহৎ নদীবান্ধ বন্ধৰ দাবীত ধেমাজি, লখিমপুৰ, মাজুলী আৰু বিশ্বানাথ জিলাত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী | 2. অহা ইং 6 ছেপ্তেম্বৰ 2021 তাৰিখে বৃহৎ নদীবান্ধৰ বন্ধৰ দাবীত…

কি কি আছে নতুন SOPত?

◆ ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্ৰতিবন্ধকতা আৰু সান্ধ্য আইনৰ ক্ষেত্ৰত আৰু অধিক শিথিলতা অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। ◆ ক’ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি) আজিৰ এই সাংবাদিক মেলৰ (১ চেপ্তেম্বৰ ২০২১ৰ আগবেলা…