টেগ assam

প্ৰাকৃতিক দুৰ্যোগৰ দিশৰ পৰা দেশৰ সৰ্বাধিক স্পৰ্শকাতৰ জিলাৰ তালিকাত অসমৰ দুখন জিলা

জলবায়ু জনিত দুৰ্যোগৰ দিশৰ পৰা অত্যন্ত স্পৰ্শকাতৰ স্থিতিত আছে অসম অসমক বান, খৰাং ঘূৰ্ণীৰ দৰে দুৰ্যোগে ক্ষতিগ্ৰস্ত কৰাৰ প্ৰবল সম্ভাৱনা ৰাজ্যৰ আটাইতকৈ স্পৰ্শকাতৰ ঠাই ধেমাজি আৰু নগাঁও ক্লাইমেট ভালনাৰেবিলিটি ইণ্ডেক্সত অসমৰ নাম কাউঞ্চিল অন এনাৰ্জিয়ে প্ৰকাশ কৰিছে দেশৰ স্পৰ্শকাতৰ জিলাৰ…

এইবাৰ গুৱাহাটীত বঙালী ভাষাৰ ফলকৰ ওপৰত ক’লা ৰং লগাই বঙালী ভাষাক মোহাৰি পেলালে বীৰ লাচিত সেনাই

◆ বৰাকত অসমীয়া ভাষাক চূড়ান্ত অপমান কৰাৰ পিছত ৰাজ্যত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি ◆ বৰাকৰ দুষ্কৃতিকাৰী সংগঠনৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰ হৈছিল প্ৰতিবাদ ◆ বৰাকক অসমৰ মূল ভূখণ্ডৰ পৰা পৃথক কৰাৰ দাবীও উঠিছে তুংগত ◆ তাৰ মাজে মাজে ঘটনাটোত সাম্প্ৰদায়িক ৰহণ…

এটি বৃহৎ জাপিয়ে দৃষ্টি আকৰ্ষণ কৰিছে বৰপেটাৰোডত

* শাৰদীয় দুৰ্গা পূজাৰ আকৰ্ষণীয় মণ্ডপেৰে দৃষ্টি আকৰ্ষণ বহুজনৰ * বৰপেটাৰোডৰ নেতাজী সংঘৰ পূজাত সাজি উলিওৱা হৈছে এই মণ্ডপতি * এই বিশেষ পূজা কমিটি তথা স্থানীয় ৰাইজে কিছু পৃথকৈ জাতীয় কৃষ্টি সংস্কৃতি অতুত ৰখা পৰিলক্ষিত হৈছে * বিশেষ পূজাখন প্ৰত্যক্ষ…

৩৭ বছৰত ভৰি দিলে অগপই

* আজি ৩৭টা বছৰত ভৰি দিলে অসম গণ পৰিষদে। * ১৯৮৫ চনৰ ১৪ অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোতেই প্ৰতিষ্ঠা হৈছিল দলটো * বোকাখাতৰ অগপৰ স্থায়ী ভৱনত দিনজোৰা কাৰ্যসূচীৰে পালন প্ৰতিষ্ঠা দিৱস। * দলটোৰ সভাপতি অতুল বৰাৰ মন্তব্য “অগপ শক্তিশালী হোৱা মানে…

পূজাৰ মাজতেই মূল্যবৃদ্ধিৰ বিৰুদ্ধে ই-ৰিক্সাত উঠি প্ৰতিবাদ কংগ্ৰেছ নেতৃত্বৰ

পূজাৰ মাজতেই মহানৱমিৰ দিনা মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ। মৰিয়নিত ই-ৰিক্সাত উঠি তীব্ৰ প্ৰতিবাদ কংগ্ৰেছ নেতৃত্বৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সহ ভালেমান কংগ্ৰেছী নেতাৰ উপস্থিতিত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদস্থলীৰ পৰাই মূল্যববৃদ্ধিৰ বিৰুদ্ধে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা…

২৪ অক্টোবৰত অনুষ্ঠিত নহয় টেট্ পৰীক্ষা, নতুন তাৰিখ ঘোষণা শিক্ষা বিভাগৰ

◆ টেট্ পৰীক্ষাৰ্থী সকলৰ বাবে জৰুৰী খবৰ ◆ ২৪ অক্টোবৰত অনুষ্ঠিত নহয় টেট্ পৰীক্ষা ◆ সলনি কৰা হ’ল নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টেট্ পৰীক্ষাৰ তাৰিখ ◆ ৩১ অক্টোবৰত নিৰ্ধাৰণ কৰা হৈছে নতুন তাৰিখ

মহাবাহু ব্ৰহ্মপুত্ৰত পুনৰ ফেৰী দুৰ্ঘটনা

◆ ব্ৰহ্মপুত্ৰতৰ বুকুত পুনৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনা ◆ নদীৰ মাজতে বিকল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী ◆ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দুই শতাধিক লোক ◆ নির্মীয়মান গুৱাহাটী-উঃ গুৱাহাটী দলঙৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰে ফেৰীখনে ◆ দুৰ্ঘটনাটোৰ ফলত ‘এম ভি বাঘবৰ’…

পূজাৰ বতৰত ৰাজ্যবাসীৰ বাবে ৭টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

◆ দুৰ্গা পূজাৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৭টাকৈ বৃহৎ ঘোষণা ◆ অৰুনোদয় আঁচনিৰ ধন ৰাশি ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰিছে চৰকাৰে ◆ ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে আৰু ৫ হাজাৰ লোকক প্ৰদান কৰা হ’ব অৰুণোদয় আঁচনি ◆ অহা ১৫ নৱেম্বৰৰ…

দেশজুৰি আজি কংগ্ৰেছৰ মৌনব্ৰত কাৰ্যসূচী

◆ মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মৌন ব্ৰত ◆ উত্তৰ প্ৰদেশৰ খেৰিৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ◆ ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ,শিৱামনি বৰা, নুৰুল হুদা,জাকিৰ হুছেইন আৰু ভৰত নৰহ আদি জেষ্ঠ্য নেতাৰ অংশগ্ৰহণ ◆ দেশ কঁপাই…

ৰাজ্যত দেখা দিব বিদ্যুৎ সংকটে

◆কয়লাৰ অভাৱত দেশজুৰি ব্যাহত হৈছে বিদ্যুৎ উৎপাদন ◆ অসমতো দেখা দিব বিদ্যুৎ সংকটে ◆ তাপবিদ্যুৎ প্ৰকল্পত হ্ৰাস পাইছে উৎপাদন ◆ ৰাজ্যতো সঘনে লোডশ্বেডিং হোৱাৰ সম্ভাৱনা ◆ ৰাজহুৱা জাননীযোগে এই কথা জনালে APDCL কৰ্তৃপক্ষই