টেগ assam

গৰুখুঁটিৰ ঘটনা সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গৰুখুঁটিৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়াকৈ গোচৰ। ৬/২২১ নম্বৰত পঞ্জীয়ন গোচৰ। এই সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰু ৰাজ্য চৰকাৰে ৭ অক্টোবৰলৈ উত্তৰ দিয়াৰ সময় ললে উচ্চ ন্যায়ালয়ৰ পৰা। অসম নাগৰিক সমাজৰ পত্ৰৰ পিছতেই এই গোচৰ…

যিকোনো মূহুৰ্তত গ্ৰেপ্তাৰ হব পাৰে ৰাজপথত সন্ত্ৰাস সৃষ্টি কৰা ৰাজকন্যা

◆ ৰাজকন্যা বৰুৱালৈ পুনৰ দিছপুৰ আৰক্ষীৰ চমন ◆মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে এতিয়া তৎপৰ হৈছে দিছপুৰ আৰক্ষী ◆ বৰ্তমান মহানগৰীৰ GNRCত চিকিৎসাধীন নিশা সন্ত্ৰাস সৃষ্টি কৰা ৰাজকন্যা বৰুৱা ◆ ৰাজকন্যা বৰুৱাৰ ঘটনা সন্দৰ্ভত ২ আৰক্ষী বিষয়া -তদন্তকাৰী বিষয়া আভা ৰাণী গগৈ আৰু…

মৰাণৰ আদৰ্শ শিপিনী হেমপ্ৰভা চুতীয়াই তাঁতশালতে প্ৰস্তুত কৰিলে ইংৰাজী ভাগৱত গীতা

মৰাণৰ আদৰ্শ শিপিনী হেমপ্ৰভা চুতীয়াই তাঁতশালতে অতি নিখুঁত ভাবে বৈ উলিয়াই ইংৰাজী ভাগৱত গীতা। ইয়াৰ পূৰ্বে তেওঁ গুণমালা, নামঘোষা আৰু ভাগৱত গীতাৰ সংস্কৃত সংস্কৰণ ও তাঁতশালতে প্ৰস্তুত কৰি উলিয়াইছিল। মৰাণৰ এই গৰাকী আদৰ্শ শিপিনীয়ে ২৮০ ফুট দৈর্ঘ্য আৰু ২ ফুট…

ঘোষণা হ’ল ৰাজ্যিক বিজেপিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা

◆ বহু প্ৰতিক্ষাৰ অন্তত আজি ঘোষণা হ’ল ৰাজ্যিক বিজেপিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ◆ তিনিটা সমষ্টিৰ বাবে প্ৰকাশ কৰে চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ◆ ১০৭নং থাওৰা সমষ্টিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই ◆ ৪১নং ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থী ফণী তালুকদাৰ ◆ ১০১নং মৰিয়নী সমষ্টিৰ…

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

🔴 ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি 🔴 ৩.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গল অসম 🔴 ২ বাজি ৪০ মিনিটত আহিছিল ভূইকঁপ 🔴 ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ 🔴 ভূখণ্ডৰ পৰা ৫ কিমি অন্তঃভাগত আছিল ভূমিকম্পটোৰ উৎপত্তিস্থল

হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ৮৭ সংখ্যক জন্মবাৰ্ষিকী

অসমীয়া সাংস্কৃতিক জগতৰ একালৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ আজি ৮৭ সংখ্যক জন্মবাৰ্ষিকী। গোৱালপাৰীয়া লোকগীতক বিশ্ব দৰবাৰলৈ লৈ যোৱা প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্ম হৈছিল দক্ষিণ অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ ১৯৩৪ চনৰ ৩ অক্টোবৰত। গোৱালপৰীয়া (কোচ ৰাজবংশী / কামতাপুৰী/ দেশী) লোকগীত হস্তীৰ…

“দালালবোৰ ভাল মানুহ,তেওঁলোকৰ কিবা আঁচনিৰ প্ৰয়োজন হলে মই দিয়াত আছোঁ”: মুখ্যমন্ত্ৰী

ৰাজ্যত চলি থকা দলালৰাজৰ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ মন্তব্য দালালবোৰ ভাল মানুহ, তেওঁলোকে ব্যৱসায় বানিজ্য আৰম্ভ কৰক যদি কিবা আঁচনিৰ প্ৰয়োজন হয় মই প্ৰদান কৰিম। কেবল মাত্ৰ তেওঁলোকে পূৰ্বৰ কামবোৰ ত্যাগ কৰক। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰী কাৰ্যালয়ত…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহ। উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যক, কৰবেট ফাউণ্ডেচন, WWF, ভূমি আৰু WTIৰ সহযোগত কাজিৰঙাৰ কহঁৰাৰ মিহিমুখত বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ কৰা হয়। অক্টোবৰ মাহৰ ২ তাৰিখৰ পৰা ৮ তাৰিখলৈ বন্যপ্ৰাণী সুৰক্ষাৰ…

আজিৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল অসম ৰাজ্যিক চিৰিয়াখানা

কভিদ সংক্ৰমণৰ বাবে দীৰ্ঘদিনৰ পৰা বন্ধ হৈ আছিল অসম ৰাজ্যিক চিৰিয়াখানা। আজিৰে পৰা পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে চিৰিয়াখানা। উল্লেখ‌ যে আজিৰ পৰা আৰম্ভ হোৱা ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি পুৱা চিৰিয়াখানা চৌহদত এক শোভাযাত্ৰাৰো শুভাৰম্ভণি…

“গৰুখুঁটি কাণ্ডৰ খলনায়ক ফটোগ্ৰাফাৰ বিজয় বণিয়া নিৰ্দোষী” :ৰকিবুল হুছেইন

দৰং জিলাৰ গৰুখুঁটিত হোৱা উচ্ছেদ অভিযানত আৰক্ষী আৰু প্ৰতিবাদকাৰি মাজত সৃষ্টি হৈছিল তীব্ৰ সংঘৰ্ষ। আৰক্ষীৰ গুলীত নিহত হোৱা এজন ব্যক্তিৰ মৃতদেহৰ উপৰত অতি বৰ্বৰ ভাৱে জপিয়াই পৰা বিজয় বণিয়া সন্দৰ্ভত মন্তব্য ৰকিবুল হুছেইনৰ। ফটোগ্ৰাফাৰ বিজয় বণিয়াক নিৰ্দোষী বুলিলে ৰকিবুল হুছেইনে।…