সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

assam

“গৰুখুঁটি কাণ্ডৰ খলনায়ক ফটোগ্ৰাফাৰ বিজয় বণিয়া নিৰ্দোষী” :ৰকিবুল হুছেইন

দৰং জিলাৰ গৰুখুঁটিত হোৱা উচ্ছেদ অভিযানত আৰক্ষী আৰু প্ৰতিবাদকাৰি মাজত সৃষ্টি হৈছিল তীব্ৰ সংঘৰ্ষ। আৰক্ষীৰ গুলীত নিহত হোৱা এজন ব্যক্তিৰ মৃতদেহৰ উপৰত অতি বৰ্বৰ ভাৱে জপিয়াই পৰা বিজয় বণিয়া সন্দৰ্ভত মন্তব্য ৰকিবুল হুছেইনৰ। ফটোগ্ৰাফাৰ বিজয় বণিয়াক…

হেক হ’ল কৃষি বিভাগৰ ৱেবছাইট: বিভিন্ন আঁচনিৰ ধন লুণ্ঠনৰ চেষ্টা হেকাৰৰ

বঙাইগাঁও জিলাৰ কৃষি বিভাগত সংঘটিত ভয়ংকৰ কাণ্ড। হেক হ'ল কৃষি বিভাগৰ ৱেবছাইট তথা পি এম কিষাণ পৰ্টেল চাৰ্ভাৰ। বিভিন্ন আঁচনিৰ হিতাধিকাৰিৰ ধন লুণ্ঠনৰ চেষ্টা চলাই হেকাৰে। ৱেবচাইটটোত দুহাজাৰ ভুৱা পি এম কিষাণ সন্মান নিধিৰ নাম অন্তৰ্ভু্ত হৈ আছিল।…

নিমাতীঘাট কাণ্ডৰ লগত জড়িত ৭ জন কৰ্মচাৰীক নিলম্বন

⚫ ৰাজ্য কঁপাই যোৱা নিমাতীঘাট দুৰ্ঘটনাৰ নতুন মোৰ ⚫ নিলম্বন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৭ জন কৰ্মচাৰীক ⚫ কৰ্মচাৰী কেইজন ক্ৰমে ধনবৰ দাস, বিজু দাস, যোগেন দত্ত, প্ৰদীপ বৰবৰা,বিনোদ বৰুৱা বাবুল নেওঁগ আৰু জয়ন্ত দাস

ৰাজ্যত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য- কোন জিলাত কিমান মূল্য সবিশেষ

⚫ তেলৰ মূল্যই জ্বলা-কলা খুৱাইছে জনসাধাৰণক ⚫ ৰাজ্যত আজি পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য ⚫ আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ'লত ২৫ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ৩২ পইচা পৰ্যন্ত বৃদ্ধি পায় ⚫ গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লৰ…

বিশ্ব হৃদ দিৱস উপলক্ষে ‘হেলথ চিটি হাস্পতালত’ বিশেষ সজাগতা সভা

হেলথ চিটি হাস্পতাল, গুৱাহটী,২৯ ছেপ্টম্বৰত ২০২১: বিশ্বৰ প্ৰতি একলাখ লোকৰ ভিতৰত ২৩৫ জনৰে মৃত্যু হয় হৃদৰোগত। আনহাতে ভাৰতত প্ৰতিলাখত মৃত্যু হয় ২৭২ জনৰ। ভাৰতৰ দৰে প্ৰতি তৃতীয় বিশ্ব দেশত হৃদৰোগৰ প্ৰাদুৰ্ভাৱ কল্পাতীতভাবে বৃদ্ধি পাইছে। ইয়াৰ মূল…

Just in- সৰ্বানন্দ সোণোৱালৰ পদত্যাগ

ৰাজ্যত সমাগত উপ নিৰ্বাচন। আজি মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মাজুলীৰ পৰা দ্বিতীয় বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল সোণোৱাল। বিধানসভাৰ অধ্যক্ষৰ হাতত…

ড্ৰাইভিং লাইচেঞ্চ আৰু আধাৰ কাৰ্ডক লৈ কি বিশেষ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে?

ড্ৰাইভিং লাইচেঞ্চ আৰু আধাৰ কাৰ্ডক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা ড্ৰাইভিং লাইচেঞ্চ হেৰালেও কোনো চিন্তাৰ কাৰণ নাই আৰু ঘৰতেই বহি লাভ কৰিব পাৰিব লাইচেঞ্চ। নিজৰ নাম অন্তৰ্ভূক্ত কৰিলেই লাভ কৰিব পাৰিব লাইচেঞ্চ।…

ৰাজ্যত ৩০ অক্টোবৰত অনুষ্ঠিত হব উপ-নিৰ্বাচনঃ ২ নৱেম্বৰত ভোট গণনা

ৰাজ্যত সমাগত বিধানসভাৰ উপ নিৰ্বাচন। অহা ৩০ অক্টোবৰত ৰাজ্যৰ তামুলপুৰ, গোসাঁইগাঁও, ভৱানীপুৰ, মৰিয়নী আৰু থাওৰা সমষ্টিত অনুষ্ঠিত হব উপ-নিৰ্বাচন। ইয়াৰ পিছতে ২ নৱেম্বৰত ভোট গণনাৰ দিন ধাৰ্য কৰিছে দেশৰ নিৰ্বাচন আয়োগে। ৰাজ্যৰ ৫টাকৈ সমষ্টিৰ…

বন্ধ হ’ব ৰাজ্যৰ দুটাকৈ দূৰদৰ্শন কেন্দ্ৰ

⚫ ৩১ মাৰ্চত বন্ধ হ’ব শিলচৰ আৰু কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰ। ⚫কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগে দুয়োটা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে জাননী। ⚫১৯৮৯ চনতে স্থাপন হৈছিল কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰটো। ⚫দীৰ্ঘদিন ধৰি আন্দোলন কৰাৰ পাছত…

পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড

পুনৰ আন এক চাঞ্চল্যকৰ হত্যাকাণ্ডই কঁপাই হৈছে গুৱাহাটী মহানগৰী। ছবছৰীয়া কণমানি শিশুক হত্যা কৰি পিতৃ ভৱেশ শৰ্মাৰ আত্মহত্যা। পত্নী হিমাদ্ৰী শৰ্মাৰো ডিঙি কাটি হত্যাৰ চেষ্টা ভৱেশ শৰ্মাৰ। সাতগাঁৱৰ এখন হোমিঅ' ফাৰ্মাচীৰ স্বতাধিকাৰী আছিল ভৱেশ…