ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪১ হাজাৰ অতিক্ৰম, মৃতকৰ সংখ্যাই চুলে ১০০ৰ ঘৰ
শেহতীয়াকৈ ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ তুলনামূলক ভাবে কিছু হ্ৰাস পাইছে যদিও শনিবাৰে মৃতকৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিলে।
এই পৰ্যন্ত ৰাজ্যত মুঠ কৰোনাত আক্ৰান্তৰ সংখ্যা ৪১৭২৬। ইয়াৰে ৩১৪৪২ জন লোক আৰোগ্য হোৱাৰ বিপৰীতে ১০১৮০ জন লোক এতিয়াও…