সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

assam.covid

পুনৰ ৮গৰাকীৰ দেহত ক’ৰোনা

অসমত আকৌ বাঢ়িল ক’ৰোনা ৰোগীৰ সংখ্যা ৷ইয়াৰে এগৰাকী MMCHত কোৱাৰেইণ্টিণ হৈ আছিল ৷এগৰাকী SMCHত চিকিৎসাধীন হৈ আছিল৷আন ৬ গৰাকী শিলশৰত কোৱাৰেইণ্টিণ হৈ আছিল ৷এই ৮গৰাকীকে ধৰি শেহতীয়া তথ্যমতে অসমৰ মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ২৩০ ৷ এই খবৰ টুইট…

বাঢ়িল আৰু দুগৰাকী ৷ মুঠ ১৯১

ৰাজ্যত ক’ৰোণা আক্ৰান্তৰ সংখ্যা বাঢ়িয়েই আছে ৷ এইমাত্ৰ অহা খবৰ অনুসৰি কোকৰাঝাৰৰ কুৱাৰাইণ্টিণ চেণ্টাৰত থকা দুগৰাকী লোক ক’ৰোনাক্ৰান্ত হৈছে ৷ টুইট কৰি খবৰ জনালে মন্ত্ৰী হিমন্তবিশ্বই ৷ ইয়াৰ লগে লগে সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১৯১ লৈ বাঢ়িল

এজনৰ বৃদ্ধিৰে ৰাজ্যত ক’ৰোনা সংক্ৰমিতৰ সংখ্যা ১৮৯ লৈ বৃদ্ধি

ৰাজ্যত পুনৰ বৃদ্ধি পালে কোৰোণা ৰোগীৰ সংখ্যা ৷মন্ত্ৰী হিমন্তবিশ্বই শেহতীয়াকৈ কৰা টুইট অনুসৰি ৰাজ্যত পুনৰ এগৰাকীৰ ক’ৰোনা টেষ্ট পজিটিভ আহিছে ৷ এইগৰাকীৰে সৈতে ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১৮৯লৈ বৃদ্ধি পালে ৷ আক্ৰান্ত ৰোগীগৰাকী কোকৰাঝাৰ কোৱাৰাইণ্টিণ…

আকৌ ৩ জন ৷ সৰ্বমুঠ ১৮৮

অসমত আকৌ নতুনকৈ ৩ গৰাকী ক’ৰোণা ৰোগী চিনাক্ত হৈছে ৷ শেহতীয়া খবৰ অনুসৰি অসমত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১৮৮ লৈ বৃদ্ধি পালে ৷ এই তিনিওগৰাকী ৰোগীৰ খবৰ আহিছে বৰপেটা ৰ পৰা ৷ বৰপেটাৰ এইকেইগৰাকী ৰোগী চিনাক্ত হৈছে বৰপেটা মেডিকেল কলেজত ৷

পুনৰ ১৪ গৰাকী বাঢ়িল ৷ মুঠ আক্ৰান্ত ১৮৫

ৰাজ্যত পুনৰ ১৪ গৰাকীৰ দেহত ধৰা পৰিল ক’ৰোনাৰ উপস্থিতি ৷ আজিৰ ভিতৰতে দ্বিতীয়বাৰ চিনাক্তহ’ল বৃহৎসংখ্যক ৰোগী ৷ অসমত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যাা বাঢ়িল ১৮৫ লৈকে ৷ মন্ত্ৰী হিমন্ত বিশ্বই ১০ বাজি ৩৫ মিনিটত টুইট কৰি জনালে এই খবৰ ৷ ৰাজ্যবাসী আৰু বেছি…

ৰাতিটোৰ ভিতৰতে আকৌ এজন বাঢ়িল,শিৱসাগৰত প্ৰথম

নতুন নতুন ঠাইৰ পৰা খবৰ আহিছে ৷ অসমত আকৌ এগৰাকী বাঢ়িল ক’ৰোণা ৰোগী ৷ এইবাৰ খবৰ আহিছে শিৱসাগৰৰ পৰা ৷ অসমত ক’ৰোণা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৫ ৷ পুৱতি নিশা  প্ৰায় ২ বজাত টুইটযোগে জনালে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷ এইমাত্ৰ খবৰ অহা…

৮৯ : পুনৰ গুৱাহাটীত তিনিগৰাকী ক’ৰোনা ৰোগী

আকৌ বেয়া খবৰ ৷ নতুনকৈ তিনিগৰাকী হ’ল কোভিদত আক্ৰান্ত ৷ অসমত ক’ৰোণা আক্ৰান্তৰ সংখ্যা বাঢ়িল ৮৯ লৈ ৷শেহতীয়া খবৰ অনুসৰি সৰুসজাই চেন্টাৰত চিহ্নিত হৈছে এগৰাকী ৰোগী ৷ Gmch ত চিকিৎসাধীন এগৰাকীও হৈছে ক’ভিডাক্ৰান্ত ৷ আনগৰাকী পশ্চিমবংগৰ জনালে মন্ত্ৰী…