সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

apsc

কেলেংকাৰীৰ পৰা এইবাৰো মুক্ত নহ’ল APSC ?

সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক নিযুক্তিত ব্যাপক অনিয়মৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।কেইবাজনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীয়ে ভুৱা EWS প্ৰমাণ পত্ৰৰ জৰিয়তে চাকৰি লাভৰ অভিযোগ তুলিছে ছাত্ৰ মুক্তি সংগ্ৰাম…

অসমীয়া অবিহনে এ পি এছ চিৰ মূল লিখিত পৰীক্ষা কেতিয়া ?

অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল লিখিত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে ৷ অসমীয়া বিষয়ৰ বাধ্যতামূলক প্ৰশ্নকাকত অবিহনে অহা ২১ ফেব্ৰুৱাৰীৰ পৰা মূল লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব ৷ ২১ ফেব্ৰুৱাৰী , ২২…

APSCৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত

APSCৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত৷বাধ্যতামূলক অসমীয়া কাকতৰ বিৰুদ্ধে আবেদন কৰিছিল একাংশ প্ৰাৰ্থীয়ে৷ উচ্চ ন্যায়ালয়ক অৱগত কৰালে ৰাজ্য চৰকাৰে বাধ্যতামূলক কাকতখন আঁতৰাবলৈ APSCক নির্দেশ উচ্চ ন্যায়ালয়ৰ৷ আগন্তুক পৰীক্ষাৰ পৰা…

‘হিন্দী বলয়ৰ হেঁচাত বিসর্জন দিয়া হ’ল অসমীয়া ভাষাক !’

লোকসভা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰ সন্দর্ভত Fight Against Injustice of APSC প্ৰতিক্ৰিয়া৷ Fight Against Injustice of APSC ৰ অভিযোগ-“চৰকাৰে নিজৰ ভুলৰ বাবে হোৱা আইনী মেৰপেঁচ তথা জটিলতাৰ পৰা হাত সাৰিবলৈকে প্ৰত্যাসাৰ কৰিলে যোগ্যতামূলক…

APSCৰ প্ৰশ্নকাকতত দীনদয়াল উপাধ্যায় সম্পৰ্কীয় প্ৰশ্ন! কিন্তু কি আহিছে প্ৰশ্নকাকতত?

আজি অনুষ্ঠিত হোৱা APSCৰ প্ৰাৰম্ভিক পৰীক্ষাত দীনদয়াল উপাধ্যায় সম্পৰ্কীয় এটা প্ৰশ্নই আচম্বিত কৰিছে সকলোকে। APSC পাঠ্যক্ৰমৰ সাধাৰণ অধ্যয়ন প্ৰশ্নকাকতত অখণ্ড মানৱতাবাদৰ জনক আৰু অন্তোদয়াৰ সৈতে জড়িত মনিষী জনৰ নাম সোধা হৈছে। সম্ভাব্য উত্তৰত…

এপিএছচিয়ে আকৌ মেধাবী প্ৰাৰ্থীৰ লগত হেতালি খেলিবলৈ ওলাইছে নেকি ?

ৰাজ্যত কোভিডৰ সংক্ৰমণ মুঠেও হ্ৰাস পোৱা নাই ৷ যাৰ বাবে বাতিল কৰিবলগীয়া হৈছে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা ৷ কিন্তু এনে বিভীষিকাময় পৰিৱেশৰ মাজতে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰিবলৈ লৈছে ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ…