সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

amphan

বিমান বন্দৰৰ পৰা জুপুৰীলৈ : আম্ফানে এফালৰ পৰা মহতিয়াই নিছে…

বিপদৰ আগজাননী আগৰে পৰাই আছিল ৷ কিন্তু এই বিপদে যে এটা দু:স্বপ্নৰ দৰে সকলো শেষ কৰি পেলাব কোনেও কল্পনাই কৰিব পৰা নাছিল ৷ পশ্চিমবংগ চৰকাৰে আগতীয়াকৈ কুলতলিৰ দেবীপুৰ পঞ্চায়তৰ লোকসকলক নিজৰ নিজৰ ঘৰৰ পৰা আশ্ৰয় শিবিৰলৈ লৈ ঘৈছিল ৷ তাতেই কালি গোটেই…

আহি আছে ঘূৰ্ণীবতাহ ‘আমফান’

ৰঙাচকু দেখুৱাই আহি আছে ‘আমফান’৷ জন্মৰ ২৪ ঘন্টাৰ ভিতৰতে বিধ্বংসী ৰূপ লৈছে আমফানে৷ আমফান এবিধ ঘূৰ্ণী বতাহৰ নাম ৷ জলবায়ু বিজ্ঞানী সকলৰ মতে সাগৰৰ জলপৃষ্ঠৰ উষ্ণতা ২৬.৫ডিগ্ৰী চেলচিয়াছতকৈ বেছি হ’লেই ঘূৰ্ণীবতাহ তৈয়াৰ হয়৷ এইবাৰ বংগোপসাগৰৰ জলপৃষ্ঠৰ…