Browsing Tag
abhishekbenarjee
নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বাবুল সুপ্ৰিয়ই শণিবাৰে যোগ দিয়ে তৃণমূল কংগ্ৰেছত ৷ তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত তেও দলটোত যোগদান কৰে ৷ উল্লেখ্য যে পশ্চিমবংগৰ পৰা দুবাৰকৈ লোকসভালৈ…
মমতা বেনাৰ্জীৰ ভতিজা , তৃণমূলৰ নেতা অভিষেক বেনাৰ্জীক ই ডিৰ তলব কিয় ?
মমতা – মোদীৰ কাজিয়া এতিয়াও শেষ হোৱা নাই ৷ পশ্চিমবংগত চমকপ্ৰদ বিজয় সাব্যস্ত কৰাৰ পাছত মমতা বেনাৰ্জীৰ লক্ষ্য এইবাৰ নতুন দিল্লী ৷ বিৰোধী মহাজোট গঠনেৰে বিজেপিক উৎখাতৰ বাবে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে মমতা বেনাৰ্জীয়ে ৷ দেশজুৰি বিজেপি বিৰোধী…
ৰাহুল গান্ধী – অভিষেক বেনাৰ্জী সন্দৰ্ভত কি ক’লে সুস্মিতা দেৱে ?
কংগ্ৰেছ দলৰ সৈতে তিনি দশকৰ সম্পৰ্ক এৰি তৃণমূল কংগ্ৰেছত যোগ দিলে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ৷ তাৰ পাছত মঙলবাৰে নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি তেও কয় ,” অভিষেক বেনাৰ্জী আৰু ৰাহুল গান্ধী ভৱিষ্যতে ওচৰ চাপি আহিলে…
খেলা হ’ব ত্ৰিপুৰাত : অভিষেক বেনাৰ্জীৰ গাড়ীত আক্ৰমণ
এইবাৰ খেলা হ’ব ত্ৰিপুৰাত ৷ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত অভাবনীয় সফলতা লাভ কৰাৰ পাছত তৃণমূল কংগ্ৰেছ প্ৰবল আত্মবিশ্বাসী হৈ পৰিছে ৷ বংগৰ বাহিৰতো সংগঠন বিস্তাৰৰ কাম আৰম্ভ কৰিছে মমতা বেনাৰ্জী নেতৃত্বাধীন দলটোৱে ৷ প্ৰথম লক্ষ্য হিচাপে লৈছে উত্তৰ…
PEGASUS : ৰাহুল গান্ধী , প্ৰশান্ত কিশোৰৰ ফোন কেনেদৰে ৰখা হৈছিল চোৰাংচোৱাৰ নজৰত ?
এটা সৰু সামান্য ছফটৱেৰ ৷ কিন্তু অপোনাৰ ফোনত এবাৰ এই ছফটৱেৰ প্ৰৱেশ কৰাৰ পাছত আপোনাৰ ফোন চোৰাংচোৱাৰ নজৰত বন্দী হৈ পৰে ৷ আপুনি ক’লৈ গৈছে , কাৰ লগত কথা পাতিছে , কি মেছেজ কৰিছে , আপোনাৰ ফোনৰ পৰা কিমান ধনৰ লেনদেন হৈছে –সকলো লাইভ টেলিকাষ্টৰ দৰে আন…