নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ বাবে জৰুৰীকালীন নম্বৰ মুকলি The CrossCurrent Sep 8, 2021 যোৰহাটৰ নিমাতীঘাটত হোৱা ফেৰী দুৰ্ঘটনাৰ বাবে দুটাকৈ জৰুৰীকালীন নম্বৰ মুকলি কৰিছে জিলা আপাতকালীন বিভাগে ৷ নম্বৰ দুটা হ'ল ১০৭৭ আৰু ৭৬৩৫৯৬১৫২২ ৷ নিখোজ লোকৰ তথ্য এই নম্বৰত অৱগত কৰিব পাৰিব ৷
৭৭ ৰ পৰা ৭২ লৈ ক’ত অৱনমিত হ’ল বিজেপি ? The CrossCurrent Aug 31, 2021 ৭৭ ৰ পৰা ৭৫ , ৭৫ ৰ পৰা ৭৪ , ৭৪ পৰা ৭৩ আৰু মঙলবাৰে ৭৩ ৰ পৰা ৭২ লৈ অৱনমিত হ’ল বিজেপি ৷ পশ্চিমবংগ বিজেপিৰ এজনৰ পাছত আনজন বিধায়কে দল এৰি যোগ দিছে তৃণমূল কংগ্ৰেছত ৷সোমবাৰে বিজেপি এৰি তৃণমূলত যোগদান কৰা বিধায়কগৰাকী আছিল বিষ্ণুপুৰৰ বিধায়ক বিশ্বজিৎ…
তালিবানৰ সৈতে ভাৰতৰ কথা হৈছে নেকি ? কি ক’লে জয়শংকৰে ? The CrossCurrent Aug 19, 2021 আফগানিস্তানত তালিবানৰ চৰকাৰক ভাৰতে স্বীকৃতি দিবনে ? এই লৈ কৌতুহলত আছে সমগ্ৰ ভাৰতবাসী ৷ তাৰ মাজতে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷ নিউ্য়ৰ্কত বৃহস্পতিবাৰে সাংবাদিকৰ আগত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়-‘এই মুহূৰ্তত আমি…