Investigative reporting with dedication.

যোৰহাটৰ নিমাতীঘাটত হোৱা ফেৰী দুৰ্ঘটনাৰ বাবে দুটাকৈ জৰুৰীকালীন নম্বৰ মুকলি কৰিছে জিলা আপাতকালীন বিভাগে ৷ নম্বৰ দুটা হ’ল ১০৭৭ আৰু ৭৬৩৫৯৬১৫২২ ৷
নিখোজ লোকৰ তথ্য এই নম্বৰত অৱগত কৰিব পাৰিব ৷