◆ দিনৰ ১.১১ বজাত ভূমিকম্পই জোকাৰ গ’ল ৰাজ্য
◆ গুৱাহাটী মহানগৰীকে ধৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত অনুভূত হৈছে জোকাৰণি
◆ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৪.৪
◆ বৰ্তমানো ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই
◆ ভূমিকম্পটোৰ উৎপত্তস্থল গুৱাহাটী মহানগৰীৰ পৰা ২৮ কিলো মিটাৰ নিলগত