সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কাইলৈৰ পৰা খুলিব স্কুলঃ ২০ মাহৰ অন্তত স্কুললৈ যাব ছাত্ৰ-ছাত্ৰী

🔴 কাইলৈৰ পৰা খুলিব ৰাজ্যৰ স্কুলকে ধৰি আন শিক্ষানুষ্ঠান সমূহ

🔴 প্ৰায় ২০ মাহৰ পিছত বিদ্যালয়লৈ যাব ছাত্ৰ-ছাত্ৰী

- Donation -

🔴 কিন্তু এটা সময়ত এটা শ্ৰেণীকোঠাত ৩০ গৰাকী শিক্ষাৰ্থীহে উপস্থিত থাকিব পাৰিব

🔴 কাইলৈৰ পৰা প্ৰাথমিক-মাধ্যমিক কিম্বা হাইস্কুল পৰ্যায়ৰ পাঠদান আৰম্ভ হব

🔴 সপ্তাহত ৩ দিনকৈ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদানৰ ব্যৱস্থা কৰিছে চৰকাৰে

🔴 মঙল-বৃহস্পতি আৰু শনিবাৰে চতুৰ্থ, পঞ্চম আৰু সপ্তম শ্ৰেণীৰ পাঠদান

🔴 সোম, বুধ আৰু শুক্ৰবাৰে ষষ্ঠ শ্ৰেণীৰ পাঠদান

🔴বুধ, শুক্ৰ আৰু শনিবাৰে অষ্টম শ্ৰেণীৰ পাঠদান

🔴 ২০ মাহৰ অন্তত স্কুল খোলাৰ খবৰে সুখী কৰিছে শিক্ষাৰ্থী সমাজক

Leave A Reply

Your email address will not be published.