আজি প্ৰয়াত উদীয়মান সম্ভৱনাপূৰ্ণ কণ্ঠশিল্পী জংকী বৰঠাকুৰৰ ওপজা দিন। এক পথ দুৰ্ঘটনাত হঠাৎ আঁতৰি গৈছিল জংকী। আজি জংকীৰ ওপজা দিনত ভগ্নীক সুঁৱৰি ভাতৃ জুবিন গাৰ্গে দিছে এক আৱেগিক ফেচবুক পোষ্ট। ভগ্নীৰ এখন ফটো দি জুবিনে লিখিছে – Memories …..my sister jonkies b’day today.she is no more but still beats In me.
নেদেখাজনৰ কাষত কুশলে থাকক জংকী…!