সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘কোভিড-১৯ পজিটিভ’ যুদ্ধত জয়ী হ’ল জুলিয়েট

সমগ্ৰ বিশ্বতে ক'ৰোনাই সন্ত্ৰাস সৃষ্টি কৰি আহিছে। বয়োবৃদ্ধৰ পৰা আদি কৰি কণমানি শিশুপৰ্যন্ত সংক্ৰমণ ঘটাই সংহাৰী ৰূপ ধাৰণ কৰিছে এই ভাইৰাছে। অৱশ্যে তাৰ মাজতে শিশুসকলৰ দেহত ক'ৰোনাৰ উপস্থিতিৰ পিছতেই অন্যান্য উপসৰ্গ দেখা দিয়াও পৰিলক্ষিত হৈছে। এনে…

অধিবক্তাক আক্ৰমণ- আৰক্ষীৰ স্বীকাৰোক্তি,মুছলমান বুলি ভুলতে কৰা হৈছিল আক্ৰমণ!

দীপক,পেছাত এজন অধিবক্তা।প্ৰায় দুমাহ পূৰ্বে নিজৰ স্বাস্থ্যজনিত কাৰণত দীপক এখন চৰকাৰী চিকিৎসালয়লৈ গৈছিল।কিন্তু তেতিয়াই অকাৰণত আৰক্ষীয়ে তেখেতক উপৰ্যুপৰি শাৰীৰিকভাবে আক্ৰমণ কৰে।ইয়াৰ পিছতে দীপকে সেই আৰক্ষী কেইজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু…

চাইনীজ বা ইটালীয়ান ভাইৰাছতকৈ অধিক ভয়াবহ ভাৰতীয় ভাইৰাছ

নেপালত ক'ৰোনা ভাইৰাছ সংক্ৰমিত কৰিলে ভাৰতে।চাইনীজ বা ইটালীয়ান ভাইৰাছতকৈ অধিক ভয়াবহ ভাৰতীয় ভাইৰাছ।-এই মন্তব্য নেপালৰ প্ৰধানমন্ত্ৰী কেপি অ'লিৰ।যোৱা মংগলবাৰে নেপালৰ সংসদত আগবঢ়োৱা বক্তব্যত প্ৰধানমন্ত্ৰীজনে কঠোৰভাবে কয় ,যে অবৈধ ভাৱে নেপাললৈ অহা…

৫০ লাখ অতিক্ৰম কৰিলে ক’ৰোনাত আক্ৰান্তৰ সংখ্যাই

যোৱা ২৪ ঘণ্টাত বিশ্বত ৰেকৰ্ড সংখ্যক ১ লাখ ৬ হাজাৰ গৰাকী ক'ৰোনাত আক্ৰান্ত হৈছে।বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা অনুসৰি ইয়াৰ দুই তৃতীয়াংশ কেৱল চাৰিখন দেশ ভাৰত, আমেৰিকা, ৰাছিয়া আৰু ব্ৰাজিলত আক্ৰান্ত হৈছে। অন্য়হাতে সমগ্ৰ বিশ্বত ক'ৰোনাত আক্ৰান্তৰ…

বাঢ়িল আৰু দুগৰাকী ৷ মুঠ ১৯১

ৰাজ্যত ক’ৰোণা আক্ৰান্তৰ সংখ্যা বাঢ়িয়েই আছে ৷ এইমাত্ৰ অহা খবৰ অনুসৰি কোকৰাঝাৰৰ কুৱাৰাইণ্টিণ চেণ্টাৰত থকা দুগৰাকী লোক ক’ৰোনাক্ৰান্ত হৈছে ৷ টুইট কৰি খবৰ জনালে মন্ত্ৰী হিমন্তবিশ্বই ৷ ইয়াৰ লগে লগে সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১৯১ লৈ বাঢ়িল

এজনৰ বৃদ্ধিৰে ৰাজ্যত ক’ৰোনা সংক্ৰমিতৰ সংখ্যা ১৮৯ লৈ বৃদ্ধি

ৰাজ্যত পুনৰ বৃদ্ধি পালে কোৰোণা ৰোগীৰ সংখ্যা ৷মন্ত্ৰী হিমন্তবিশ্বই শেহতীয়াকৈ কৰা টুইট অনুসৰি ৰাজ্যত পুনৰ এগৰাকীৰ ক’ৰোনা টেষ্ট পজিটিভ আহিছে ৷ এইগৰাকীৰে সৈতে ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১৮৯লৈ বৃদ্ধি পালে ৷ আক্ৰান্ত ৰোগীগৰাকী কোকৰাঝাৰ কোৱাৰাইণ্টিণ…

আকৌ ৩ জন ৷ সৰ্বমুঠ ১৮৮

অসমত আকৌ নতুনকৈ ৩ গৰাকী ক’ৰোণা ৰোগী চিনাক্ত হৈছে ৷ শেহতীয়া খবৰ অনুসৰি অসমত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১৮৮ লৈ বৃদ্ধি পালে ৷ এই তিনিওগৰাকী ৰোগীৰ খবৰ আহিছে বৰপেটা ৰ পৰা ৷ বৰপেটাৰ এইকেইগৰাকী ৰোগী চিনাক্ত হৈছে বৰপেটা মেডিকেল কলেজত ৷

পুনৰ ১৪ গৰাকী বাঢ়িল ৷ মুঠ আক্ৰান্ত ১৮৫

ৰাজ্যত পুনৰ ১৪ গৰাকীৰ দেহত ধৰা পৰিল ক’ৰোনাৰ উপস্থিতি ৷ আজিৰ ভিতৰতে দ্বিতীয়বাৰ চিনাক্তহ’ল বৃহৎসংখ্যক ৰোগী ৷ অসমত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যাা বাঢ়িল ১৮৫ লৈকে ৷ মন্ত্ৰী হিমন্ত বিশ্বই ১০ বাজি ৩৫ মিনিটত টুইট কৰি জনালে এই খবৰ ৷ ৰাজ্যবাসী আৰু বেছি…

ৰাজ্যত ১৭০ লৈ বৃদ্ধি কৰোনাত আক্ৰান্তৰ

১৩ গৰাকী নতুন কৰোনা আক্ৰান্ত চিনাক্ত হল অসমত ৮ জন হোজাইৰ ২ গৰাকী শোণিতপুৰৰ ১ গৰাকী কৈ কামৰূপ মেট্ৰ, কামৰূপ আৰু নগাঁওৰ Alert ~ 13 new cases of #COVID19 + confirmed. Break-up ~ 8 from Hojai; 2 from Sonitpur; 1 each from Kamrup Metro,…

বিশ্ব স্বাস্থ্য সংস্থাত নিযুক্তি লাভ ভাৰতৰ স্বাস্থ্যমন্ত্ৰীৰ

https://twitter.com/sarbanandsonwal/status/1263049332493713413?s=19 দেশৰ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যবাহী সমিতিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে। কিছু সময় আগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ…