সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আত্মসমৰ্পণ কৰা চোৰাং চিকাৰীক ৫০ হাজাৰকৈ টকা প্ৰদান

কোকৰাঝাৰত অস্ত্ৰসহ আত্মসমৰ্পণ কৰে চোৰাং চিকাৰীৰ এটা বৃহৎ দলে। হস্তনিৰ্মিত অস্ত্ৰসহ হাতীৰ দাঁত আৰু কেইবাটাও হৰিণৰ শিং সমৰ্পণ কৰে চোৰাং চিকাৰী কেইটাই। উল্লেখ্য যে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰ কৰা চিকাৰীসকলে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো…

ডিঙিত অসমীয়া গামোচা লৈ আমেৰিকালৈ মোডীঃ উৎফুল্লিত হিমন্ত বিশ্ব শৰ্মা

সুদীৰ্ঘ বিৰতিৰ অন্তত আমেৰিকালৈ ৰাওনা হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনক সাক্ষাতৰ উদ্দেশ্যে আমেৰিকালৈ উৰা মাৰিলে মোডীয়ে। উৰণৰ সময়ত প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টৰ পৰা এখন ফটো পোষ্ট কৰিছিল। ফটোখনত…

উচ্ছেদিত লোক সকল যদি বিদেশী তেন্তে বাংলাদেশলৈ পঠিয়াই দিয়কঃ ৰকিবুল হুছেইন

ৰাজ্যৰ বিভিন্ন স্থানত অবৈধ বেদখলৰ বিৰুদ্ধে তীব্ৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে শাসনাধীষ্ঠ বিজেপি চৰকাৰে। ৰাইজক চমক দিয়াৰ কাৰণেই হওক বা বেদখল মুক্ত কৰাৰ বাবেই হওক, বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰ এতিয়া সষ্টম। কিন্তু ইয়াৰ মাজতে ছিপাঝাৰৰ উচ্ছেদ অভিযানক…

এনকাউন্টাৰত নিহতৰ পৰিয়াললৈ চৰকাৰী চাকৰি

⚫ কোকৰাঝাৰত আৰক্ষীৰ এনকাউন্টাৰক লৈ সৰৱ হৈ পৰিছিল দল সংগঠন তথা সাধাৰণ লোক। ⚫ বহু লোকে আৰক্ষীৰ এয়া ভুৱা এনকাউন্টাৰ বুলি আখ্যা দিছিল। ⚫ এনকাউন্টাৰত নিহতৰ পৰিয়াললৈ চৰকাৰী চাকৰি অসম চৰকাৰৰ। ⚫ কোকৰাঝাৰত নিহত দুই যুৱকৰ পৰিয়াললৈ চাকৰি।…

ৰাজ্যত বন্ধ হব ২০০০ খন বিদ্যালয়

বিদ্যালয় একত্ৰিতকৰণৰ বাবেই ৰাজ্যত বন্ধ হোৱাৰ দিশে ২০০০ খন বিদ্যালয়। যি প্ৰক্ৰিয়াৰ অধীনত ৰাজ্যত লোপ পাব দুই হাজাৰ চৰকাৰী বিদ্যালয় আৰু প্ৰায় ১৪ হাজাৰ শিক্ষক কৰ্মচাৰী পদ ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি বলৱৎ কৰাৰ পূৰ্বেই এই সন্দৰ্ভত গঠিত কৰা হব আয়োগ…

সৰু দালালবোৰক গ্ৰেপ্তাৰ কৰি ডাঙৰ দালাল বোৰক কাৰ্যালয়ত গামোচা পিন্ধাইছে মুখ্যমন্ত্ৰীয়ে:‌ ভূপেন বৰা

ৰাজ্যত অব্যাহত থকা দালাল উচ্ছেদ প্ৰক্ৰিয়া তথা গ্ৰেপ্তাৰ প্ৰসংগত সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ডাঙৰ দালালবোৰ একাংশই মুখ্যমন্ত্ৰীৰ বাল্যবন্ধু। সৰু দালালবোৰক গ্ৰেপ্তাৰ কৰি ডাঙৰ দালাল বোৰক কাৰ্যালয়ত ফুলাম গামোচা পিন্ধাইছে বুলি অভিযোগ…

Just in- সু:খবৰ! ৰাজ্যত ১ অক্টোবৰৰ পৰা আনলক

ৰাজ্যবাসীৰ বাবে সু: খবৰ। পহিলা অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হব আনলক প্ৰক্ৰিয়া। সকলো ক্ষেত্ৰতে স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনো ক্ষেত্ৰতে বাধ্য বাধকতা নাথাকিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী…

Just in- গঁড়ৰ খৰ্গ দহনক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ‘গঁড়ৰ খৰ্গত কোনো ঔষধী গুণ নাই’

আজি বিশ্ব গঁড় দিৱসৰ দিনাই বোকাখাতত দহণ কৰা হল কেইবাটাও গঁড়ৰ খৰ্গ। উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। উপস্থিত থাকি মুখ্য মন্ত্ৰী গৰাকীৰ মন্তব্য 'গঁড়ৰ খৰ্গত ঔষধী গুণ আছে বুলি ভাৱি হত্যা নকৰিব।গঁড় এটা আপুৰুগীয়া সম্পদ…

মাটিৰ দালালৰ বিৰুদ্ধে অভিযান : ৰৌ বৰালি জালত পৰিবনে ?

দালালৰ বিৰুদ্ধে অসম আৰক্ষীৰ ক’ত ক’ত অভিযান ? মনোনয়ন দাখিল কৰি সৰ্বানন্দ সোণোৱালে কি ক’লে ? বুধবাৰে কিমান খড়্গ দাহ কৰা হ’ব ? আদানীৰ বিমানবন্দৰত কিমান হিৰোইন জব্দ হ’ল ? ৰাছিয়া , কানাডাৰ নিৰ্বাচনত কোন জিকিল ?

কেজৰিৱালৰ ৭ টা জব গেৰাণ্টিক লৈ দেশজুৰি চৰ্চা

পুনৰ ৭ ট বৃহৎ জব গেৰাণ্টিক লৈ চৰ্চাৰ শীৰ্ষত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।কেজৰিৱালে ক'লে মই যি কওঁ, সেয়া কৰো। গোৱাত আম আদমি পাৰ্টিৰ চৰকাৰ আহিলেই ল'ব লগীয়া বিশেষ কিছু প্ৰতিশ্ৰুতি প্ৰদান কৰে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। প্ৰতিটো…