সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নচ ট্ৰফী খেলিবলৈ যাবনে ভাৰত?

ক্ৰিকেটক লৈ ভাৰতীয় জনসাধাৰণৰ আৱেগ আৰু উন্মাদনা নতুন নহয়। কপিল দেৱৰ পৰা বিৰাট কোহলিৰ দিনলৈকে প্ৰতিখন খেলতে ভাৰতীয় সমৰ্থকে উজ্জীৱিত কৰি আহিছে প্ৰতিখন ষ্টেডিয়াম। ভাৰতৰ দৰে চুবুৰীয়া দেশ পাকিস্তান-বাংলদেশ-শ্ৰীলংকা আৰু আফগনিস্তানটো আছে…

কলিয়াভোমাৰত দুর্ঘটনাগ্ৰস্ত বাহনৰ সন্ধান লাভ

কলিয়াভোমাৰত দুর্ঘটনাগ্ৰস্ত বাহনৰ সন্ধান পাইছে আৰক্ষীয়ে৷ যোৱা ২১ নৱেম্বৰত ডিমাপুৰৰ পৰা বান্দৰদোৱালৈ গৈ আছিল দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ আছিল এন এল ০১ কে ৩৫৩৫। দুৰ্ঘটনাগ্ৰস্ত ১০ চকীয়া ট্ৰাকখন আছিল এছ এ এম ট্ৰাঞ্চপ’ৰ্ট কম্পেনীৰ।।…

আফগানী মহিলালৈ কি নতুন নিদের্শনা তালিবানৰ?

এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনে শাসনভাৰ দখল কৰাৰ পিছত এছিয়াৰ হৃতপিণ্ড খ্যাত আফগনিস্তান এতিয়া অশান্ত। তালিবানৰ অধীনত এতিয়া আফগানিস্তানৰ জনতাৰ জীৱন দুৰ্বিসহ হৈ পৰিছে বুলি বিশ্বৰ সৰ্বত্ৰ চৰ্চা চলিছে। কিন্তু তালিবান নেতৃত্বই দাবী কৰিছে যে…

প্ৰধানমন্ত্ৰী জনধন যোজনাই লুটিলে দৰিদ্ৰক

প্ৰধানমন্ত্ৰীৰ এখন বিশেষ যোজনা৷যি যোজনাৰ জড়িয়তে তিনিবছৰত ১২ কোটি দৰিদ্ৰ জনতাৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়াই সংগ্ৰহ কৰিলে ১৬৪ কোটি টকা৷ যোজনাৰ নাম প্ৰধানমন্ত্ৰী জনধন যোজনা৷২০১৪ চনৰ ২৮ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা যোজনাৰ…

ছোনিয়া – মমতাৰ বৈঠকৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত

মঙলবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাক্ষাৎ কৰিব কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক ৷ মূলত: ২০২৪ৰ লোকসভা নিৰ্বাচন কেন্দ্ৰিক আলোচনাৰ বাবেই তেওলোক আলোচনাত মিলিত হ’ব ৷ কিন্তু তাৰ পূৰ্বে আন এক ৰাজনৈতিক লোকচানৰ সন্মুখীন হৈছে কংগ্ৰেছ দল…

এইবাৰ বাঢ়িব মোবাইল ফোনৰ খৰচ

ৰন্ধন গেছ , অত্যাৱশ্যকীয় সামগ্ৰী , শাক পাচলিৰ মূল্যবৃদ্ধিয়ে জ্বলা কলা কৰাৰ পাছত এইবাৰ বৃদ্ধি হ’ব মোবাইলৰ খৰচ ৷ সোমবাৰে এয়াৰটেলে সদৰী কৰা অনুসৰি প্ৰিপেইড ফোন কল আৰু ডাটা পেকৰ মাচুল শুক্ৰবাৰৰ পৰা বৃদ্ধি পাব ৷ এতিয়াও ভোডাফোন আৰু জিওৰ তৰফৰ পৰা…

বাতিল হোৱা কৃষি আইন চৈধ্য বছৰ ধৰি বলৱৎ হৈ আছিল অসমত

নৰেন্দ্ৰ মোদীয়ে প্ৰত্যাহাৰ ঘোষণা কৰা আইন অসমত বলৱৎ হৈছিল ২০০৬ চনতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যাহাৰ ঘোষণা কৰা কৃষি আইন ২০২০ চনতেই প্ৰত্যাহাৰ হৈছিল অসমত৷যি তিনি আইনৰ বিৰোধিতাৰে কৃষক অভূতপূর্ব কৃষক বিদ্ৰোহৰ সূচনা কৰিলে,সেই কৃষি আইন…

আন্দোলন অব্যাহত থাকিব।

যোৱা ডেৰ বছৰীয়া সংগ্ৰামত ৭০০ জন কৃষকে প্ৰাণ আহুতি দিয়াৰ পাছতো আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ কৃষক নেতৃত্বৰ।নিজৰ নাক কাটি নৰেন্দ্ৰ মোদীয়ে তিনি কৃষি আইন বাতিল কৰিব বুলি ঘোষণা কৰাৰ পাছতো কৃষক নেতৃত্বই আন্দোলনৰ থলী এৰা নাই।তেওঁলোকে কব খোজে যে কেৱল…

কি আছে The Annual Status of Education Report 2021ত?

অৱশেষত ৰাজহুৱা হ'ল The Annual Status of Education Report চমুকৈ ASER।The Annual Status of Education Report অৰ্থাৎ চমুকৈ এ.এছ.ই.আৰ হৈছে এটা নাগৰিক নেতৃত্বাধীন ঘৰুৱা জৰীপ। এই জৰীপে দেশৰ শিশু সকলৰ স্কুলীয়া শিক্ষাৰ স্থিতি তথা আন্তঃগাঁথনি আৰু…

অৱশেষত জামিন পালে ছায়নীয়ে

ত্ৰিপুৰাত গ্ৰেপ্তাৰ হোৱা যুৱ তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ছায়নী ঘোষে অৱশেষত জামিন লাভ কৰিলে ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ সভাত হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল ছায়নীৰ বিৰুদ্ধে ৷ তাৰ পাছতে দেওবাৰে তেওক আৰক্ষীয়ে গ্ৰেপ্তাৰ…