সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি কৃষকসকলৰ দেশজুৰি পালন “বিশ্বাসঘাতকতা দিৱস”

আজি কৃষকসকলৰ দেশজুৰি পালন "বিশ্বাসঘাতকতা দিৱস"। কেন্দ্ৰৰ দ্বাৰা বিশ্বাসঘাতকতাৰ পোৱা অভিযোগ কৰি ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে কৃষি সমস্যাক লৈ আজি দেশজুৰি ‘বিশ্বাসঘাতকতা দিৱস’ পালন কৰাৰ কথা ঘোষণা কৰে৷  উত্তৰ ভাৰতীয় কৃষক সংঘৰ…

আজি “বিজেপিয়ে মুদ্ৰাস্ফীতি আনিছে” নামৰ গ্ৰন্থ প্ৰকাশ কৰিব কংগ্ৰেছে

ক্ৰমাগত মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি পেলাইছে দেশৰ জনসাধাৰণক। আগন্তুক বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহটো উত্থাপিত হৈছে এই বিষয়। এই সন্দৰ্ভত আজি কংগ্ৰেছে মূল্যবৃদ্ধি বিষয়ক এক বৈঠকত মিলিত হ'ব। তাৰোপৰি "বিজেপিয়ে মুদ্ৰাস্ফীতি আনিছে"…

সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট সন্মিলন

সোমবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট সন্মিলন। শেহতীয়াকৈ দ্যা নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছিল যে ২০১৭ চনত ভাৰতে ইজৰাইলৰ পৰা ক্ৰয় কৰিছিল চোৰাংচোৱা ছফ্টৱেৰ পেগাছাছ । সেয়েহে আশংকা কৰা হৈছে এইবেলি বাজেট সন্মিলনত নৰেন্দ্ৰ মোদী চৰকাৰ সন্মুখীন হ'ব…

কংগ্রেছ ত্যাগ কৰিব পাৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে

আজি বিয়লি কংগ্রেছ ত্যাগ কৰিব পাৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে। গৰুখুটিৰ উচ্ছেদৰ সময়ত ছহিদক অপমান কৰা মন্তব্য কৰি জেললৈ যাবলগীয়া হৈছিল বিধায়কজন। লগতে বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰো অভিযোগ উঠিছিল বিতৰ্কিত বিধায়কজনৰ বিৰুদ্ধে। ইয়াৰ…

বিজেপি প্ৰাৰ্থীৰ কনভয়ত আক্ৰমন উত্তৰ প্ৰদেশত

পশ্চিম উত্তৰ প্ৰদেশৰ বহুকেইখন গাঁৱলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা আগন্তুক নিৰ্বাচনৰ বহুকেইজন বিজেপি প্ৰাৰ্থীৰ কনভয়লৈ ক'লা পতাকা দেখুওৱাৰ লগতে বোকা নিক্ষেপ কৰে গাঁওবাসীয়ে । এক ঘটনাত চিৱালখাচৰ বিজেপি প্ৰাৰ্থী মানিন্দৰপাল সিং বিগত ২৪ জানুৱাৰীৰ…