সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

EXCLUSIVE || দেশৰ ভিতৰত সৰ্বাধিক নিৰিখত অসমে আদানিৰ পৰা কিনিব বিদ্যুৎ

উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰই প্ৰতি ইউনিটত ৫.৩৯ টকাত , অসমে কিনিব ৬.৩০ টকাত। প্ৰাক্তন শক্তি মন্ত্ৰীয়ে উদঙালে আদানিৰ লুণ্ঠনৰ ভয়াৱহ তথ্য। বিহাৰত ২৪০০ মেগাৱাটত ৬২ হাজাৰ কোটিৰ কেলেংকাৰী , অসমৰ ৩২০০ মেগাৱাটত কিমান?

Surviving through Zubeen’s Stream of Melody

“You as if a river of rod (sun) landing on my torso”-while translating this to tell a friend how Zubeen says-often simply, intimately, innocently, romantically, melodiously, I realised that his voice and what it says have been having a home…

মুক্ত চিন্তাৰ , মানবপ্ৰেমী জুবিন ।

অসমৰ সৰ্বস্তৰৰ ,সৰ্ববয়সৰ মানুহকেই প্ৰভাবিত কৰিব পৰা এই সময়ৰ লোকজনেই আছিল জুবিন গাৰ্গ । আবাল বৃদ্ধ বনিতাৰ আবেগৰ অংশ আছিল সুৰীয়া কণ্ঠৰ অধিকাৰী জুবিন গাৰ্গ । অলপতে অৰ্ধ শতিকা অতিক্ৰম কৰিলেও সত্তৰ -আশি বছৰীয়া জনৰ বাবে যেনেকৈ "আমাৰ জুবিন"…

জাগৰণ ফিল্ম ফেষ্টিভেললৈ মনোনীত অসমীয়া চুটি ছবি ‘মিছা-The False’

৪ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ত্ৰয়োদশ সংখ্যক জাগৰণ ফিল্ম ফেষ্টিভেল (Jagran Film Festival)। বৃহস্পতিবাৰে নতুন দিল্লীৰ চিৰি ফ’ৰ্টৰ পৰা আৰম্ভ হ’বলগীয়া এই ফিল্ম ফেষ্টিভেলৰ প্ৰদৰ্শনী পৰ্যায়ক্ৰমে দেশৰ ১৪ খন চহৰত আয়োজন হ’ব। ১৬ নবেম্বৰত মুম্বাইত…

৯ মাহত বৃদ্ধি ৩৮ কোটি টকা; কেনেকৈ বাঢ়িল Bhagadatta Flyover ৰ নিৰ্মাণব্যয়?

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ অধীনষ্ঠ লোকনিৰ্মাণ বিভাগত এতিয়া ঠিকাদাৰৰ কথাই শেষ সিদ্ধান্ত৷ এই কথা পুনৰ এবাৰ উন্মোচিত হৈছে গুৱাহাটীৰ নৱনিৰ্মিত ভগদত্ত উৰণ সেতু (Bhagadatta Flyover)ৰ ক্ষেত্ৰত। ‘কীকী’ৰ দৰে ঠিকাদাৰক ৰঙা দলিচা পাৰি আদৰণি…