সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পেগাচাছৰ তদন্তত সহযোগিতা কৰা নাছিল কিয় মোদী চৰকাৰে?

পেগাচাছৰ তদন্তত সহযোগিতা কৰা নাছিল কিয় মোদী চৰকাৰে? তদন্তকাৰী সংস্থাৰ প্ৰতিবেদন সন্দর্ভত গুৰুত্বপূর্ণ মন্তব্য উচ্চতম ন্যায়ালয়ৰ৷ পৰীক্ষা কৰা ২৯ টা ফোনৰ ৫ টাতেই ‘মেলৱেৰ’ৰ উপস্থিতি৷ সঁচাকৈ ভাৰত চৰকাৰৰ বিৰোধী,সমালোচক-সাংবাদিকক নিৰীক্ষণৰ বাবে…

ৰাহুল নহয়, কংগ্ৰেছৰ সভাপতি হ’ব কোন ?

ৰাহুল গান্ধীয়ে সভাপতিৰ দায়িত্ব নলৈ কি কৰিব ? শচীন পাইলটক লৈ কংগ্ৰেছৰ মাজত কিয় দোমোজা? কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ৷ পলিটিক্স অৱ দ্য ডেত সবিশেষ- (স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক…

শিক্ষাৰ মাধ্যমক লৈ বিজেপিতেই মত বিৰোধ, দলীয় নেতা-কৰ্মীৰ মাজত বাঢ়িছে অসন্তুষ্টি

শিক্ষাৰ মাধ্যমক লৈ বিজেপিতেই মত বিৰোধ, দলীয় নেতা-কৰ্মীৰ মাজত বাঢ়িছে অসন্তুষ্টি ৷ এবিভিপি বনাম মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ৷ এবিভিপি-ক চোৰ-ডকাইত আখ্যা খড়্গহস্ত মন্ত্ৰী জয়ন্তমল্লৰ ৷ দেশত স্তব্ধ হ’ব নেকি কেৱল বিৰোধীৰ বিৰুদ্ধে চলোৱা ইডিৰ অভিযান !…

চৰকাৰী স্কুল ধ্বংসৰ মুখলৈ ঠেলি ব্যক্তিগত বিদ্যালয় প্ৰতিষ্ঠা কৰাটো মুখ্যমন্ত্ৰীৰ অপৰাধ নহ’ব কিয় ?

এখন চিঠি আৰু এটা বিজ্ঞাপন ৷ এই চিঠি আৰু বিজ্ঞাপনেই উন্মোচন কৰিছে অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ দুৰাৱস্থাৰ কাৰণ ৷ অসমৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুয়ে বিধায়কসকলক দিয়া এখন চিঠিৰ পৰাই উন্মোচিত হৈছে যে অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্ত:গাঁথনি নিৰ্মান…

যোগী আদিত্যনাথ-হিমন্ত বিশ্ব শৰ্মালৈ কি সকীয়ণি প্ৰধানমন্ত্ৰী মোদীৰ?

এপাত কাঁড়েৰে দুটাকৈ লক্ষ্যভেদ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ দুখন নতুন সমিতিৰ জড়িয়তে স্পষ্ট কৰি দিলে যে বিজেপিত এতিয়াও তেঁৱেই সৰ্বেসৰ্বা ৷ লগতে যোগী আদিত্যনাথ আৰু হিমন্ত বিশ্ব শৰ্মাকো দিলে সকীয়ণি ৷ কি সকীয়ণি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে ,…

বিকশিত ভাৰত গঢ়িবলৈ প্ৰধানমন্ত্ৰী মোদীক প্ৰয়োজন আৰু ২৫ টা বছৰ

দেশৰ জনতাৰ পৰা মাত্ৰ ৬০ মাহ বিচৰা প্ৰধানমন্ত্ৰী মোদীয়ে বিকশিত ভাৰতৰ বাবে পুনৰ বিচাৰিলে ২৫ টা বছৰ। কিন্তু মোদীৰ বিকশিত ভাৰতলৈ আৰু কিমানদূৰ বাকী? উপৰ্যুপৰি GST আৰোপকে বিকশিত দেশ বুলি কোৱা হয় নেকি? (স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷…

বিহাৰৰ বিদ্ৰোহেই মোদীৰ পতনৰ কাৰণ হ’ব নেকি ?

ইতিহাসৰ আশ্চৰ্যকৰ পুণৰাবৃত্তি ৷ ১৯৭১ ত ৩৫২ খন আসন পোৱা ইন্দিৰা গান্ধীৰ পতন ঘটাইছিল বিহাৰৰ বিদ্ৰোহে ৷ ২০১৯ ত ৩৫৩ খন আসন জয় কৰা নৰেন্দ্ৰ মোদীৰো পতনৰ কাৰণ হ’ব নেকি বিহাৰৰ বিদ্ৰোহ? আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি –…

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হ’ব পাৰিবনে ভাৰতীয় মূলৰ ঋষি সুনক?

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হ’ব পাৰিবনে ভাৰতীয় মূলৰ ঋষি সুনক? (স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – #RishiSunak #Britain #PresidentialElections2022 #britainpresident #LizTruss…

অৰুণাচলবাসীয়ে অসমীয়াত কথা পাতিলে অসমবাসীয়ে হিন্দীত কথা নাপাতিব’

'অসমীয়া ভাষাৰ সংকট কেতিয়াও নাহে। অৰুণাচলবাসীয়ে অসমীয়াত কথা পাতিলে অসমবাসীয়ে হিন্দীত কথা নাপাতিব।' The Crosscurrentৰ বিশেষ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিয়ে ক'লে বহু কথা। প্ৰশান্ত কুমাৰ বৰুৱাৰ সৈতে 'মাইক্ৰফোন' The Crosscurrent…

‘জনগণৰ আচৰণ সলনি দেশৰ আটাইতকৈ ভয়াৱহ পৰিস্থিতি’

(ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে  ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে  অসম বিধান সভাৰ বিশেষ অধিবেশনত আগবঢ়োৱা ভাষণৰ সুবহু লিখিত ৰূপ ) অসম বিধান সভাৰ বিশেষ অধিবেশন ভাৰতবৰ্ষৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত মোৰ…