পেগাচাছৰ তদন্তত সহযোগিতা কৰা নাছিল কিয় মোদী চৰকাৰে?

Share This Article

পেগাচাছৰ তদন্তত সহযোগিতা কৰা নাছিল কিয় মোদী চৰকাৰে? তদন্তকাৰী সংস্থাৰ প্ৰতিবেদন সন্দর্ভত গুৰুত্বপূর্ণ মন্তব্য উচ্চতম ন্যায়ালয়ৰ৷ পৰীক্ষা কৰা ২৯ টা ফোনৰ ৫ টাতেই ‘মেলৱেৰ’ৰ উপস্থিতি৷ সঁচাকৈ ভাৰত চৰকাৰৰ বিৰোধী,সমালোচক-সাংবাদিকক নিৰীক্ষণৰ বাবে ইজৰাইলৰ পৰা ক্ৰয় কৰিছিল নেকি পেগাচাছ৷ সৱিশেষ দ্য ক্ৰছকাৰেন্ট এক্সপ্লেইনত-

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.