সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দেশৰ কনিষ্ঠতম মেয়ৰ বিবাহপাশত আৱদ্ধ হ’ল ৰাজ্যৰ কনিষ্ঠতম বিধায়কৰ সৈতে৷

দুজন কনিষ্ঠতম ৰাজনীতিকৰ বিয়া দৰা-কইনা দুয়ো ৰাজ্যৰ কনিষ্ঠ মেয়ৰ তথা বিধায়ক দেশৰ কনিষ্ঠতম মেয়ৰ বিবাহপাশত আৱদ্ধ হ’ল ৰাজ্যৰ কনিষ্ঠতম বিধায়কৰ সৈতে৷ দৰা-কইনা দুয়ো কেৰালাৰ৷ কইনাৰ বয়স ২১ বছৰ৷ তেওঁ কেৰালাৰ ত্ৰিৰুৱন্তপুৰমৰ মেয়ৰ মাত্ৰ…

উদ্ধৱ থাকৰেক বিশ্বাসঘাটক আখ্যা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

বিশ্বাসঘাটকক শুদাই নেৰে বিজেপিয়ে 'উদ্ধৱ থাকৰে বিশ্বাসঘাটক'- মন্তব্য অমিত শ্বাহৰ বৃহনমুম্বাইত ১৫০ খনৰ লক্ষ্য বিজেপিৰ উদ্ধৱ থাকৰেক বিশ্বাসঘাটক আখ্যা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ “আমি ৰাজনীতিত সকলো সহ্য কৰিব পাৰোঁ,কিন্তু কাৰো…

জেএমএম নেতৃত্বাধীন হেমন্ত ছোৰেণৰ চৰকাৰ সোমবাৰৰ আস্থা ভোটত জয়ী

উৎফুল্লিত ছোৰেণ,হতাশ বিজেপি ৪৮ জন বিধায়কৰে সমৰ্থন ছোৰেণক ২৫ আগষ্টৰ পৰা অস্থিৰ ছোৰেণৰ চৰকাৰ ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন হেমন্ত ছোৰেণৰ চৰকাৰে সোমবাৰৰ আস্থা ভোটত জয়ী হ’ল জেএমএম নেতৃত্বাধীন ইউপিএ চৰকাৰৰ সকলো বিধায়কেই সমৰ্থন…

কাবুলৰ বিস্ফোৰণত নিহত ২ ৰাছিয়ান

২জন ৰাছিয়ানৰ মৃত্যু কাবুলৰ বিস্ফোৰণত নিহত ২ ৰাছিয়ান দুয়ো আছিল দূতাবাসৰ কৰ্মচাৰী কাবুলত সোমবাৰে সংঘটিত ভয়ংকৰ বিস্ফোৰণত ২জন ৰাছিয়ানৰ মৃত্যু ২ জন ব্যক্তিয়েই ৰাছিয়ান দূতাবাসৰ কৰ্মচাৰী ৰাছিয়াৰ বিদেশ মন্ত্ৰালয়ে নিশ্চিত কৰিছে এই তথ্য…