উদ্ধৱ থাকৰেক বিশ্বাসঘাটক আখ্যা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

Share This Article

বিশ্বাসঘাটকক শুদাই নেৰে বিজেপিয়ে

‘উদ্ধৱ থাকৰে বিশ্বাসঘাটক’- মন্তব্য অমিত শ্বাহৰ

বৃহনমুম্বাইত ১৫০ খনৰ লক্ষ্য বিজেপিৰ

উদ্ধৱ থাকৰেক বিশ্বাসঘাটক আখ্যা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

“আমি ৰাজনীতিত সকলো সহ্য কৰিব পাৰোঁ,কিন্তু কাৰো বিশ্বাসঘাটকতা সহ্য কৰিব নোৱাৰোঁ”- আজি দলীয় সভাত এনেদৰে মন্তব্য কৰে গৃহমন্ত্ৰী গৰাকীয়ে

মুম্বাইৰ পৌৰ নিৰ্বাচনত বিজেপিৰ লক্ষ্য ‘মিছন ১৫০’

বৃহনমুম্বাই কৰ্পৰেশ্যন দেশৰ সবাতোকৈ ধনী পৌৰ সংস্থা

সেয়ে বহুত দিনৰ পৰাই বৃহনমুম্বাই বিজেপিয়ে নিজৰ দখলত ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.