সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দিল্লীৰ প্ৰদূষণ,চৰকাৰৰ নাই নিয়ন্ত্ৰণ !

দেশৰ ৰাজধানী মহানগৰ দিল্লীত ভয়ানকভাৱে বৃদ্ধি পাইছে প্ৰদূষণ। বায়ু প্ৰদূষণৰ ফলত দিল্লীৰ জনতাই ভয়ংকৰ দুৰ্বিষহ জীৱন যাপন কৰিবলগীয়া হৈছে। দেশৰ উচ্চতম ন্যায়াালয়েও প্ৰদূষণক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বৃদ্ধি পোৱা সংঘাত নিয়ন্ত্ৰণ কৰাৰ বাবে ৰায়…

ফলাফল শূন্য হ’লেও ,চৰকাৰ গঠন কৰিব বিজেপিয়েই !

বহু প্ৰতীক্ষিত মিজোৰামৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে । আনহাতে,ছত্তীশগড়তো আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।মিজোৰামৰ ৪০ টা বিধানসভাৰ সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত জনসাধাৰণৰ ভোটদানৰ উৎসুকতা যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে ।…

কথাই প্ৰতি ওফাইদাং ইপিনে অসমৰ অৱস্থা ধোবাংবাং !

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ছত্তীশগড়ত কেইবাখনো নিৰ্বাচনী সভাত অংশ লয়। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ছত্তীশগড়ৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে ৰাজ্যখনত মুখ্যমন্ত্ৰীগৰাকীয়ে মা…

ৰাজস্থানত ২৫ ৰ পৰা ৭০ লৈ কেনেকৈ বাঢ়িল আসন?

ৰাজস্থানৰ পৰম্পৰা অনুসৰি ৰাজ্যখনত এইবাৰ বিজেপিৰ চৰকাৰ শাসনলৈ অহাৰ সম্ভাৱনা প্ৰবল । কিয়নো ৰাজ্যখনত প্ৰতি ৫ বছৰৰ মূৰত সলনি হয় ৰাজস্থানৰ চৰকাৰ।আজিৰ পৰা এটা বছৰ আগতে চলোৱা বিভিন্ন সমীক্ষাত ৰাজস্থানত কংগ্ৰেছ চৰকাৰৰ অৱস্থা শোচনীয় হিচাপে ধৰা…

মধ্য প্ৰদেশত হাত দাঙিলে বিজেপিয়ে ?

নেতা এজন ! মুখো এখন ! ভোটো লাগে তেওঁৰ নামতেই !মিছা হওক,সঁচা হওক প্ৰতিশ্ৰুতিও দিব লাগে তেঁৱেই !কি হৈছে দলটোত? সকলোতে খেলিমেলি ! হয়,বিশ্বৰ সৰ্ববৃহৎ দল বুলি দাবী কৰা বিজেপিৰ কথাই ক’ব খোজা হৈছে । বিজেপি দলৰ দাবী যে দলটোৰ আছে ১৮ কোটি কাৰ্যকৰ্তা…

খালী চকীৰ আগত ভাষণ নিদিয়ে,তাতকৈ শুবই !

হয়,নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মধ্য প্ৰদেশত বিজেপি দলটো ভয়ংকৰ লটিঘটিৰ সন্মুখীন হৈছে । ২০ বছৰৰ শাসনৰ দিনবোৰ শাসক দল বিজেপিক পুনৰ লাগে যদিও নালাগে মধ্য প্ৰদেশৰ জনতাক । মধ্য প্ৰদেশৰ জনতাই বিগত ২০ বছৰত যি তিতাকেহাৰ সন্মুখীন হৈছে,তেনেকুৱা…

বিজেপিয়ে দেশেই চলাব নে চিনেমাই চলাব?

সাংস্কৃতিক জগতৰ লোক ৰাজনীতিলৈ গৈ লটিঘটি হোৱাৰ উদাহৰণ আমাৰ সমাজত বহুত ।সাংস্কৃতিক দিশত অত্যন্ত সফল অভিনেতা-অভিনেত্ৰী ,গায়ক গায়িকাই ৰাজনীতিৰ লগত জড়িত হোৱাৰ পিছত অথবা বিশেষ কোনো ৰাজনৈতিক ব্যক্তিক সমৰ্থন কৰাৰ পিছত জনতাৰ শিল্পী হৈ থকাৰ উদাহৰণ…

চম্বলৰ ডকাইত এতিয়া মধ্যপ্ৰদেশৰ ষ্টাৰ কেম্পেইনাৰ

নাম – মালখন সিঙ ।  অপৰাধ-১৮ টা ডকাইতি, ২৮ টা অপহৰণ, ১৭ টা হত্যা । ১৯৯০ ত সমাজবাদী পাৰ্টীত যোগদান ।২০১৪ ত নৰেন্দ্ৰ মোদীৰ সমৰ্থনত প্ৰচাৰ । ২০২৩ ত চলাইছে কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ ।এসময়ৰ চম্বলৰ দুৰ্ধৰ্ষ ডকাইত এতিয়া হৈ পৰিছে মধ্যপ্ৰদেশ…

লাজুকীলতা জয় পৰাদি জয় পৰিছে বিজেপি !

নিৰ্বাচনলৈ মাজত আছে মাত্ৰ ৬  দিন । কিন্তু সাধাৰণ উপনিৰ্বাচন এটাক লৈ উথপথপ লগোৱা বিজেপিৰ যেন এখন ৰাজ্যৰ নিৰ্বাচনৰ ক্ষেত্ৰতো নাই কোনো সাৰসুৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩০ অক্টোবৰত নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা আছিল যদিও ৰাজ্যখনৰ…

ৰাজস্থানত গেহলট নে পাইলট?

ৰাজস্থানত কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী তালিকা সম্পূৰ্ণকৈ ওলাবলৈ এতিয়াও বহুত বাকী । বিজেপিয়ে এতিয়ালৈকে ১২৪ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । তাৰ বিপৰীতে কংগ্ৰেছ দলে ৯৫ খন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । ইতিমধ্যে মঙলবাৰৰ পৰা ৰাজস্থানত…