সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গাড়ীচালক-স্বত্বাধিকাৰীৰ বাবে সুখবৰঃ বৃদ্ধি হ’ল ড্ৰাইভিং লাইচেঞ্চৰ ম্যাদ

⚫ আজিৰে পৰা বৃদ্ধি হ’ল যান-বাহনৰ নথি,‌ ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণৰ ম্যাদ

⚫ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বৃদ্ধি কৰিছে নৱীকৰণ ৰ ম্যাদ

- Donation -

⚫ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহকো এই ম্যাদ বৃদ্ধি ৰূপায়ন কৰিবলৈ আহ্বান কেন্দ্ৰৰ

⚫ ৩১ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে বাহন পঞ্জীয়ন প্ৰমাণ পত্ৰ, ফিটনেছ তথা অনুজ্ঞাপত্ৰৰ ম্যাদ

⚫ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ সিদ্ধান্ত কেন্দ্ৰৰ

⚫ যাতায়তৰ ক্ষেত্ৰত যাতে জনতা অসুবিধাৰ সন্মুখীন হ’বলগা নহয় তাৰ বাবে এই সিদ্ধান্ত কেন্দ্ৰৰ

⚫যিসমূহ ম্যাদ ২০২০ ৰ ১ ফেব্ৰুৱাৰীত উকলি গৈছে তাৰ ম্যাদ বৃদ্ধি কৰা হৈছে

⚫ ২০২১ ৰ ৩১ অক্টোবৰত উকলিব লগা নথি সমূহৰো ম্যাদ বৃদ্ধি

Leave A Reply

Your email address will not be published.