গ্ৰাম্যাঞ্চলত গৃহ নিৰ্মানৰ বাবেও পঞ্চায়তৰ অনুমতি ল’ব লাগিব আৰু চৰকাৰক কৰ আদায় দিব লাগিব ৷ মঙলবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এই কথা ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আজি পুৱাই বিভাগটোৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নতুন কৰ সংগ্ৰহৰ পক্ষে কেতবোৰ যুক্তি আগবঢ়াইছে ৷ সামাজিক মাধ্যমত তেও এইদৰে উল্লেখ কৰে –
- Donation -