দক্ষিণত আৰম্ভ হৈছে নিষিদ্ধকৰণৰ ৰাজনীতি৷ হিজাবৰ পিছত মন্দিৰৰ কাষত নিষিদ্ধ হৈছে মুছলমানৰ দোকান৷ নিষিদ্ধ হৈছে গো মাংস,নিষিদ্ধ হৈছে হালাল৷ কিন্তু কিয় দক্ষিণত আৰম্ভ হৈছে নিষিদ্ধকৰণৰ ৰাজনীতি? সৱিশেষ আলোচনা কৰিম, কিন্তু তাৰ আগতে জানি লও আহক, কর্নাটকত বিগত ৪ টা মাহত কি বিশেষ ৬ টা নিষিদ্ধৰ দাবী উত্থাপন হৈছে৷