সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জম্মু কাশ্মীৰত বাছ দুৰ্ঘটনাত ৯জন নিহত,আহত ২৭ জন

দুৰ্ঘটনাত নিহত ৯,আহত ২৭

পুঞ্চত ভয়ংকৰ দুৰ্ঘটনা

- Donation -

জম্মু কাশ্মীৰত বাছ দুৰ্ঘটনাত ৯জন নিহত,আহত ২৭ জন

জম্মু কাশ্মীৰৰ গলি ময়দানৰ পৰা পুঞ্চলৈ গৈ থকাৰ পথত বুধবাৰে পুৱা এখন বাছ দ’ খাৱৈত বাগৰি পৰে৷

যাত্ৰীবাহী বাছখনত মুঠ ৩৬ গৰাকী যাত্ৰী আছিল,ইয়াৰে ৯ জন ঘটনাস্থলীতে নিহত হৈছে আৰু ২৭ জন আহত হৈছে৷

ঘটনাস্থলীত সেনা,আৰক্ষী আৰু স্থানীয় জনতাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷

জম্মু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱা লোকৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনোৱাৰ লগতে ৫ লাখকৈ টকা সাহাৰ্য হিচাপে আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷

Leave A Reply

Your email address will not be published.