কি কি সামগ্রীত প্ৰথমবাৰৰ বাবে আৰোপ কৰা হৈছে GST-
●দৈ,লাচী,মাখন -৫% জি এছ টি
●পনীৰ -৫% জি এছ টি
●সকলো প্ৰকাৰৰ গুৰ -৫% জি এছ টি
●চেনী -৫% জি এছ টি
●মৌ -৫% জি এছ টি
●নাৰিকলৰ পানী -12% জি এছ টি
●আটা -৫% জি এছ টি
কি কি দ্ৰব্য-সেৱাত বৃদ্ধি কৰা হ’ল GST নিৰিখ-
●হাস্পতালৰ ৫০০০ টকাতকৈ অধিক মূল্যৰ কোঠাত -৫% জি এছ টি বৃদ্ধি
●১০০০ টকাৰ উৰ্ধৰ হোটেল কোঠাত -১২% জি এছ টি বৃদ্ধি
কি কি সামগ্রীৰ ক্ষেত্ৰত GST নিৰিখ বৃদ্ধি পালে ১২% ৰ পৰা ১৮% লৈ।
●LED বাল্ব, LED লেম্প, চুৰি, ব্লেড,কাগজ কাটাৰ,পেঞ্চিল কাটাৰ,চামুচ,কেঁচি ইত্যাদি।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Next Post