Category ৰাজ্য

ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিমণা সন্দৰ্ভত কি ক’লে চন্দ্ৰমোহন পাটোৱাৰীয়ে ?

ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহন বিভাগে জৰিমণা বিহাৰ নামত সন্ত্ৰাস চলোৱাৰ অভিযোগ উত্থাপণ হোৱাৰ পাছত মুখ খুলিছে ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ পাটোৱাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এম ভি আই আইনত জৰিমণা বিহাৰ ব্যৱস্থা আছে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ…

বিধানসভাত কিবা জ্বলিছে!

সততে শাসক-বিৰোধীৰ বাকযুদ্ধই উশৃংখলতাৰ ৰূপ পালে স্থগিত ৰখা হয় বিধানসভা৷কিন্তু আজি এটা ব্যতিক্ৰম কাৰণত স্থগিত ৰাখিব লগা হল বিধানসভা৷ কার্যসূচী অব্যাহত থকাৰ মাজতে কিবা জ্বলাৰ গোন্ধ ওলাল বিধানসভাৰ মজিয়াত৷সেইবাবেই বৈদ্যুতিক তাঁৰ পোৰাৰ সন্দেহত ১৫ মিনিটৰ বাবে আজি সদন স্থগিত ৰাখিব…

মাতৃভূমিত উপস্থিত হৈ কি কৰিব বিচাৰে লাভলীনাই ?

অলিম্পিকত দেশৰ বাবে গৌৰৱ কঢ়িয়াই মাতৃভূমিত উপস্থিত হোৱা লাভলীনা বৰগোহাঁইয়ে শুকুৰবাৰে সাংবাদিকৰ আগত ব্যক্ত কৰিলে নিজৰ মনৰ ইচ্ছা ৷হোটেল তাজ ভিভান্টাত সাংবাদিকৰে মুখামুখি হৈ অলিম্পিকৰ পদক বিজয়ী বক্সাৰগৰাকীয়ে কয় যে তেও অসমৰ শিশু প্ৰতিভাসকলক সাক্ষাৎ কৰিব বিচাৰে ৷ শিশুসকলক অলিম্পিকৰ…

চৰাইদেউত চৰকাৰে কাটিলে ২ শতাধিক গছ : কিয় নীৰৱ প্ৰকৃতিপ্ৰেমী সংগঠন ?

উন্নয়ন সকলোকে লাগে।উন্নয়ন সকলোৱে বিচাৰে ৷ কিন্তু  উন্নয়নৰ নামত যদি ধ্বংস কাৰ্য চলে তাক নিশ্চয় সমৰ্থন কৰিব নোৱাৰি।উন্নয়নৰ নামত এফালৰ পৰা গছ কাটি তহিলং কৰা হৈছে চৰাইদেউ জিলাত। কি ঘটিছে চৰাইদেউত ? চৰাইদেউ জিলাৰ সোণাৰীৰ সাপেখাতিত আছিল এখন মহকুমা অসামৰিক…

আমিনুল ইছলামৰ বিৰুদ্ধে বিজেপি মিত্ৰজোটৰ পৰা ধন লোৱাৰ অভিযোগ তুলিলে কোনে ?

এইবাৰ ধিঙৰ এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অগপৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপণ হৈছে ৷ বিগত লোকসভা নিৰ্বাচনত অগপ – বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক সহায় কৰাৰ নামত মন্ত্ৰী কেশৱ মহন্তৰ পৰা ২৫ লাখ টকা লোৱাৰ…

লাভলীনালৈ ডি এছ পিৰ চাকৰি : আৰু কি কি উপহাৰ অসম চৰকাৰৰ ?

অলিম্পিকৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডি এছ পিৰ চাকৰি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ক্ৰীড়াবিদগৰাকীক ১ কৌটি টকাৰ এখন চেকো প্ৰদান কৰে ৷ লগতে…

এছক’ৰ্টৰ নামত গুৱাহাটীত কোনে , কেনেদৰে চলাই দেহ ব্যৱসায় ?

এছক’ৰ্ট চাৰ্ভিছৰ নামত গুৱাহাটীত চলি আছে দেশ ব্যৱসায় ৷ ফেচবুক , টুইটাৰ আদি সামাজিক মাধ্যমত এটা চক্ৰই প্ৰথমতে গ্ৰাহকৰ লগত নিজে যোগাযোগ কৰে ৷ তাৰ পাছত এছক’ৰ্টৰ নামত যুৱতী , মহিলাক প্ৰেৰণ কৰে গ্ৰাহকৰ ওচৰলৈ ৷ এইদৰেই সামাজিক মাধ্যমৰ জড়িয়তে…

অসমৰ সাধাৰণ নাগৰিকৰ হাতে হাতে মাৰণাস্ত্ৰ কিয় ?

ৰাজ্যত নিৰাপদ নহয়  সাধাৰণ নাগৰিক। বৃদ্ধি হৈছে  ভয়-ভাবুকি । সেয়ে হাতে হাতে এতিয়া মাৰণাস্ত্ৰ। ৰাজ্যৰ মুঠ ১৯,১৪৫ গৰাকী ব্যক্তিৰ হাতত আছে অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ। সোমবাৰে বিধানসভাত বিধায়ক তেৰছ গোৱালাই উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ…

মমতা – অখিলৰ আলোচনাৰ মাজত প্ৰশান্ত কিশোৰ সোমাল কিয় ?

তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰে  ইতিমধ্যে তিনি লানি আলোচনাত মিলিত হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷প্ৰতিবাৰেই তেওক ৰাজ আতিথ্যৰে লৈ যোৱা হৈছে কলকাতালৈ ৷ পশ্চিমবংগৰ কালীঘাটত থকা কাৰ্যালয়ত তৃণমূলৰ শীৰ্ষ নেতৃত্বৰে কেবাখনো বৈঠকত মিলিত হৈছে ৰাইজৰ দলৰ নেতৃত্ব…

দিল্লীত প্ৰধানমন্ত্ৰীৰে কি কথা পাতিলে হিমন্ত বিশ্ব শৰ্মাই ?

অসমৰ সীমা সমস্যা  শেহতীয়াকৈ যেন সমাধানহীন প্ৰশ্ন হৈ পৰিছে ৷ অসম – মিজোৰামৰ  লাইলাপুৰ সীমান্তৰ ৰক্তাক্ত ঘটনাৰ পাছত চুবুৰীয়া ৰাজ্য মেঘালয়ে নতুনকৈ আৰম্ভ কৰিছে আগ্ৰাসন ৷ এনে পৰিস্থিতিত সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে অসমৰ…