Investigative reporting with dedication.
চৰকাৰৰ ১০০ দিন : কি কি ঘোষণা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ?

ড: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ১০০ টা দিন সম্পূৰ্ণ । এশ দিন সম্পূৰ্ণ হোৱা সময়ত কেবাটাও বৃহৎ ঘোষণা ৷ কি কি ঘোষণা মুখ্যমন্ত্ৰী ড: শৰ্মাৰ? বৃদ্ধি কৰা হ’ব অৰুণোদয় আঁচনিৰ ধন । ১০০০ টকালৈ বৃদ্ধ কৰা হ’ব মাহিলী ভাট্টা ।…









