শ্ৰেণী ৰাজ্য

ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাত বাধা হ’ল কোন দুই নেতা ?ক’লে অখিল গগৈয়ে

সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ বাবেই বিগত বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধ হ’ব নোৱাৰিলে ৰাইজৰ দল আৰু কংগ্ৰেছ ৷ নতুন দিল্লীত এই মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ তেও কয় – বিগত নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ…

আত্মজাহ দিব এজন বিধায়কে

বঙাইগাঁওৰ আই নৈৰ খহনীয়া দেখি চিন্তিত এজন বিধায়ক। স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে দীৰ্ঘ দিন ধৰি চৰকাৰক খহনীয়া প্ৰতিৰোধ কৰিবৰ বাবে আহ্বান জনাই আহিছে যদিও কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ সুফল লাভ কৰা নাই সাধাৰণ লোকসকলে। যিহেতু খহনীয়াৰ ফলত মানচিত্ৰৰ…

উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ লগতেই বিকাশৰ প্ৰতিদ্বন্দিতাত হাৰি গৈছে নেকি অসম ?

অসমৰ বিকাশৰ স্বৰুপ আকৌ উদঙালে নীতি আয়োগৰ প্ৰতিবেদনে৷জিলাভিত্তিক উন্নয়নত অসমক পিছ পেলালে ত্ৰিপুৰা আৰু চিকিমে৷ বিগত বুধবাৰে নীতি আয়োগে মুকলি কৰে Sustainable Development Goals in the NorthEastern Region ৰ প্ৰতিবেদন৷নীতি আয়োগৰ সমীক্ষাই সামৰি লৈছিল উত্তৰ-পূর্বৰ ১০৩ খন জিলা৷উত্তৰ পূর্বৰ এই…

অখিল গগৈ আকৌ দিল্লীলৈ কিয় ?

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ শণিবাৰে পুণৰ ৰাওনা হৈছে নতুন দিল্লীলৈ ৷ তিনিটা দিনৰ  ভ্ৰমণসূচীৰে তেও দুপৰীয়াৰ ভাগত নতুন দিল্লীত উপস্থিত হৈছে ৷ জানিব পৰা মতে , অখিল গগৈয়ে নতুন দিল্লীত ভোট কুশলী প্ৰশান্ত কিশোৰ আৰু তৃণমূল…

১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত কি হ’ব : ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব স্বাভাৱিক জীৱন যাত্ৰা।ৰাজ্যত বৰ্তমান হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা।কোভিড আক্ৰান্তৰ সংখ্যা বৰ্তমান ৫০০ ৰ তললৈ নামিছে।সেয়ে অসম চৰকাৰৰ এই সিদ্ধান্ত।ইমানদিনে বন্ধ হৈ থকা বাছ সেৱাও খুলি দিয়া হ’ব ১ ছেপ্টেম্বৰৰ পৰা।১ ছেপ্টেম্বৰৰ পৰাই ৰাজ্যত…

আৰক্ষীৰ জালত ৰেভ পাৰ্টিৰ মূল অভিযুক্ত

অৱশেষত গুৱাহটীলৈ নিষিদ্ধ ড্ৰাগচ(ক’কেইন) যোগান ধৰা তথা ৰেভ পাৰ্টিৰ মূল অভিযুক্ত বিশাল চৌধুৰী জালত পৰে আৰক্ষীৰ। লতাশিল আৰক্ষী আৰু ক্রাইম ব্ৰাঞ্চৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় চৌধুৰী। অশোক বৰ্মনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই নতুন দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় চৌধুৰীক। বৰ্তমান লতাশিল আৰক্ষীৰ…

হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰাৰ আগত কি ঘটিছিল ?

কিয় ৰাহুল হিমন্তৰ বাবে পথৰ হেঙাৰ হৈ পৰিল , কি পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিবলগীয়া হ’ল , কংগ্ৰেছ এৰাৰ আগত ছোনিয়া গান্ধীয়ে কি কৈছিল হিমন্ত বিশ্ব শৰ্মাক – এই সকলোবোৰ কথাৰে ‘দ্য ক্ৰছকাৰেন্ট’ৰ এই বিশেষ প্ৰতিবেদন ৷

উত্তৰ পূৱত কি এই ভিষ্টাডোম ৰে’ল ?

প্ৰথমবাৰৰ বাবে উত্তৰ পূৱত ভিষ্টাডোম ৰে’লসেৱা। যাত্ৰীৰ সুবিধাৰ্থে উত্তৰ পূব সীমান্ত ৰে’লৰ নতুনকৈ সংযোগ হৈছে এই বিশেষ ৰে’ল সেৱা। সপ্তাহত দুদিনকৈ চলিব লগা এই ৰে’ল খনত আছে অত্যাধুনিক সুবিধা। পুৱা ৬.৩৫ বজাত যাত্ৰা আৰম্ভ কৰি ১১.৫৫ বজাত উপস্থিত হব হাফলঙত।…

১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বলবৎ হব পাৰে নতুন SOP

পহিলা ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বলবৎ হব নতুন SOP। সন্ধিয়া ৮ বজালৈ সান্ধ আইনৰ সময়সীমা বৃদ্ধি কৰাৰ সম্ভাৱনা। ৭ বজালৈকে খোলা ৰাখিব পাৰিব ব্যৱসা়িক প্ৰতিষ্ঠান। নৈশ বাছ সেৱাও আৰম্ভ কৰাৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ। কিন্তু ৮ বজাৰ লগে লগেই বন্ধ কৰিব লাগিব…

প্ৰদেশ কংগ্ৰেছৰ সভাপতি , কাৰ্যকৰী সভাপতিক কোন কোন জিলাৰ দায়িত্ব ?

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিসকলক বিভিন্ন জিলাৰ দায়িত্ব অৰ্পন কৰিছে সভাপতি ভূপেন বৰাই ৷ বৃহস্পতিবাৰে অৰ্পন কৰা দায়িত্ব অনুসৰি কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীক দায়িত্ব দিয়া হৈছে শিৱসাগৰ , চৰাইদেউ , যোৰহাট , মাজুলী , লখিমপুৰ , ধেমাজি , গোলাঘাট , নগাও…