শ্ৰেণী ৰাজ্য

কি কি আছে নতুন SOPত?

◆ ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্ৰতিবন্ধকতা আৰু সান্ধ্য আইনৰ ক্ষেত্ৰত আৰু অধিক শিথিলতা অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। ◆ ক’ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি) আজিৰ এই সাংবাদিক মেলৰ (১ চেপ্তেম্বৰ ২০২১ৰ আগবেলা…

এন আৰ চিৰ দুটা বছৰ : কি ক’লে আছুয়ে ?

এন আৰ  চি প্ৰকাশৰ দুটা বছৰ সম্পূৰ্ণ হ’ল ৷ কিন্তু আজিও এখন ত্ৰুটিমুক্ত নাগৰিকপঞ্জী অসমবাসীয়ে লাভ নকৰিলে ৷ এনে পৰিস্থিতিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাই কয় যে ত্ৰুটিপূৰ্ণ নাগৰিকপঞ্জীৰ পৰা অবৈধ বিদেশীৰ নাম মুক্ত কৰিবলৈ পুংখানুপুংখ পৰীক্ষা লাগিবই…

কংগ্ৰেছক অভিনন্দন জনাই কি ক’লে অখিল গগৈয়ে ?

এ আই ইউ ডি এফৰে মিত্ৰতা ত্যাগ কৰাৰ পাছত কংগ্ৰেছ দলক অভিনন্দন জনাইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ নতুন দিল্লীত সাংবাদিকৰ আগত তেও কয় যে কংগ্ৰেছ দলে এটা অতি সাহসী সিদ্ধান্ত লৈছে ৷ তাৰ বাবে এপিচিচিৰ…

এন আৰ চিত ৩৬০ কৌটিৰ দুৰ্নীতি : প্ৰতীক হাজেলাক সুৰক্ষা দিছে কোনে ?

‘এন আৰ চিৰ দুর্নীতিৰ কথা আমি সময়ে সময়ে কৈ আহিছো যদিও আমাৰ প্রতিটো তথ্য সচা প্ৰমাণ কৰি শেহতীয়া যি অডিটৰ জেনেৰেলৰ প্ৰতিবেদন তাত ৩৬০ কৌটি টকাৰ ভয়ংকৰ বিসংগতি ধৰা পৰিছে।  কিন্ত কথা হ’ল এই সম্পৰ্কত আমি ৰুজু কৰা এটা গোচৰৰ…

বিৰোধীৰ আৰু এজন বিধায়ক বিজেপিলৈ

বুধবাৰে আনুষ্ঠানিক ভাৱে BJP যোগ কৰিব ফণী তালুকদাৰে। দিনৰ ১ বজাত অটল বিহাৰী বাজপেয়ী ভৱনত যোগদান কাৰ্যসূচী আয়োজন কৰা হৈছে আৰু তাতেই আনুষ্ঠানিক ভাৱে যোগ দিব ভৱানীপুৰৰ AIUDF ৰ বিধায়ক গৰাকীয়ে। ইতিমধ্যে ফণী তালুকদাৰক আদৰিবলৈ সাজু হৈছে ৰাজ্যিক বিজেপি। ফণী…

কংগ্ৰেছ হাইকামাণ্ডৰে বৈঠকত বহিল অখিল গগৈ

এ আই ইউ ডি এফৰে মিত্ৰতা ভংগ হোৱাৰ পাছতে কংগ্ৰেছ হাইকামাণ্ডৰে বৈঠকত বহিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ তেও মঙলবাৰে পুৱাই এ আই চি চিৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকৰ সৈতে প্ৰায় এঘন্টা সময় অসমৰ সাম্প্ৰতিক ৰাজনৈতিক…

মহাজোঁট ভংগ : এ আই ইউ ডি এফৰ লগত নাথাকে কংগ্ৰেছ

ভংগ হ’ল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা ৷ সোমবাৰে অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নীতি নিৰ্ধাৰক সমিতিৰ বৈঠকত বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোক মহাজোঁটৰ পৰা অব্যাহতি দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ প্ৰস্তাৱটোত কোৱা হয় যে এ আই…

গধূৰ যান বাহন নচলিব কাজিৰঙাৰ মাজেৰে !

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়া বান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীৰ তৰফৰ পৰা কেতবোৰ নীতি- নিৰ্দেশনা জাৰী কৰা হৈছে। বানৰ প্ৰকোপ নকমালৈকে কাজিৰঙাৰ মাজেৰে গধূৰ যান-বাহন চলাচলত বাধা আৰোপ কৰা হৈছে। অজিৰে পৰা প্ৰযোজ্য হব লগা…

আছু -৩১ সংগঠনে কিমান দাবী উত্থাপণ কৰিলে শিক্ষামন্ত্ৰীৰ ওচৰত ?

সদৌ অসম ছাত্ৰ সন্থাসহ ৩১ টা সংগঠনে সোমবাৰে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷ আছু , এবছু , টি এম পি কে , ট্ৰইবেল সংঘকে ধৰি বহুসংখ্যক ছাত্ৰ সংগঠনে আলোচনাকালত ৰাজ্যৰ শিক্ষা বিভাগৰ সন্মুখত ১৮ টা…

সোমবাৰে নতুন দিল্লীত কাক সাক্ষাৎ কৰিলে অখিল গগৈয়ে ?

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নতুন দিল্লীত ৷ প্ৰশান্ত কিশোৰ , পীয়ূষ হাজৰিকাৰ সৈতে অখিল গগৈৰ সাক্ষাতে ইতিমধ্যে সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ৷ সোমবাৰে অখিল গগৈ বিহাৰৰ প্ৰধান বিৰোধী দল আৰ জে ডিৰ সাংসদ তথা মুখপাত্ৰ মনোজ ঝাৰ…