শ্ৰেণী ৰাজ্য

তৃণমূল কংগ্ৰেছত যোগদান সুস্মিতা দেৱৰ : কি দায়িত্ব পাব ?

তৃণমূল কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ পদত্যাগী সভানেত্ৰী সুস্মিতা দেৱে ৷ তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত কংগ্ৰেছী নেত্ৰীগৰাকীয়ে আজি নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ  কৰে ৷ ৰাজনৈতিক মহলৰ চৰ্চা অনুসৰি সুস্মিতা দেৱক  ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ…

বিজেপিলৈ নাযায় সুস্মিতা দেৱ , যোগ দিব কোন দলত ?

প্ৰাক্তণ সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে পদত্যাগ কৰাৰ পাছত কংগ্ৰেছৰ ভিতৰচ’ৰাত ধুমুহাৰ সৃষ্টি হৈছে ৷ পশ্চিমবংগৰ সংবাদমাধ্যমৰ খবৰ অনুসৰি তেও তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱণা আছে ৷ সোমবাৰে ছোনিয়া গান্ধীলৈ লিখা পদত্যাগ পত্ৰত তেও এইদৰে উল্লেখ…

স্বাধীনতা দিৱসত ৰাজ্যবাসীক উদেশ্যি কি কলে মুখ্যমন্ত্ৰীয়ে?

খানাপাৰাত ৰাজ্যিকভাবে পালন স্বাধীনতা দিৱস৷পতাকা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷আম্বেদকাৰৰ উদ্ধৃতিৰে স্বাধীনতাৰ সংজ্ঞা মুখ্যমন্ত্ৰীৰ৷ৰাজ্যৰ স্বাধীনতা সংগ্ৰামীক স্মৰণ মুখ্যমন্ত্ৰীগৰাকীৰ৷উপস্থিত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু  বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী৷  

মুম্বাই-গোৱাৰ দৰে গুৱাহাটীতো ৰেভ পার্টী- ৰঙাঘৰৰ আলহী ১৭ যৱক-যুৱতী

মহানগৰীত নিশা ৰেভ পাৰ্টী কৰি ৰঙাঘৰৰ আলহী হ’ল ১৭ গৰাকী যুৱক-যুৱতী। মুম্বাই-গোৱা আদি ৰাজ্যৰ দৰে এইবাৰ গুৱাহাটী মহানগৰীত নিশা ৰেভ পাৰ্টী কৰি ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল ১৭ গৰাকী যুৱক-যুৱতী।খাৰঘূলিৰ বিভেইয়া এপাৰ্টমেণ্টত বিকাশ জৈন নামৰ লোকজনৰ ঘৰত চলিছিল এই ৰেভ পাৰ্টী।অমৃত…

স্পীড লিমিট ৬০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ নিদের্শ মুখ্যমন্ত্ৰীৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ স্পীড লিমিট ৬০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ নিদের্শ মুখ্যমন্ত্ৰীৰ৷ঠাইভেদে প্ৰতিঘন্টাত ২০ অথবা ৪০ কিলোমিটাৰ অতিক্ৰম কৰিলেই দুই হাজাৰ টকা জৰিমনা বিহিছিল পৰিবহন বিভাগে৷ বিষয়টোক লৈ ব্যাপক সমালোচনা অব্যাহত থকাৰ মাজতে স্পীড লিমিট ৬০ কিলোমিটাৰলৈ বৃদ্ধি কৰিবলৈ নিদের্শ প্ৰদান কৰিছে…

অসমৰ কৃষকৰ পৰা কোনে লুটি নিলে ৮৫ কোটি টকা?

অসমৰ কৃষকৰ পৰা চৰকাৰে ধান ক্ৰয় নকৰে৷পৰিনতিত অসমৰ কৃষকে ধানৰ উচিত মূল্য লাভ নকৰে৷সেইবাবেই অসমৰ কৃষক দেশৰ অন্য ৰাজ্যৰ কৃষকে লাভ কৰা সুবিধা তথা উচিত মূল্যৰ পৰা বঞ্চিত৷কিন্তু ইমানখিনিৰ পিছতো,নৰেন্দ্ৰ মোদীৰ সহায়ত আম্বানি-আদানীৰ দৰে পুঁজিপতিয়ে অসমৰ খেতিয়কৰ পৰা ৪ বছৰত…

গৰু সুৰক্ষিত হল,সুৰক্ষিত নহল সীমান্ত!

গো সুৰক্ষিত হল৷সুৰক্ষিত নহল সীমান্ত৷কালি বিধানসভাত গৃহীত হল গো সুৰক্ষা বিধেয়ক৷সৰল অর্থত অসম চৰকাৰে সুফক্ষা নিশ্চিত কৰিলে গৰুৰ৷কিন্তু গৰুৰ সুৰক্ষা নিশ্চিত কৰা চৰকাৰে নিশ্চিত কৰিব পৰা নাই সীমান্তৰ সুৰক্ষাৰ৷সেইবাবেই সৌ সিদিনা অসম আৰক্ষীৰ ৬ জনকৈ বিষয়াই প্ৰাণ হেৰুৱাৰ পিছত পুনৰ…

কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক নিলম্বন কিয় ?

কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কন্দৰ্প কুমাৰ দাসক নিলম্বন কৰা হৈছে ৷ উপাচাৰ্যগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা প্ৰতিষ্ঠানত কাৰ্যনিৰ্বাহ কৰা সময়ত এক গুৰুতৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপণ হৈছিল ৷ উল্লেখ্য যে ২০১০ ৰ পৰা ২০১৭ চনৰ ভিতৰত আইডলত মুঠ…

ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিমণা সন্দৰ্ভত কি ক’লে চন্দ্ৰমোহন পাটোৱাৰীয়ে ?

ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহন বিভাগে জৰিমণা বিহাৰ নামত সন্ত্ৰাস চলোৱাৰ অভিযোগ উত্থাপণ হোৱাৰ পাছত মুখ খুলিছে ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ পাটোৱাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এম ভি আই আইনত জৰিমণা বিহাৰ ব্যৱস্থা আছে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ…

বিধানসভাত কিবা জ্বলিছে!

সততে শাসক-বিৰোধীৰ বাকযুদ্ধই উশৃংখলতাৰ ৰূপ পালে স্থগিত ৰখা হয় বিধানসভা৷কিন্তু আজি এটা ব্যতিক্ৰম কাৰণত স্থগিত ৰাখিব লগা হল বিধানসভা৷ কার্যসূচী অব্যাহত থকাৰ মাজতে কিবা জ্বলাৰ গোন্ধ ওলাল বিধানসভাৰ মজিয়াত৷সেইবাবেই বৈদ্যুতিক তাঁৰ পোৰাৰ সন্দেহত ১৫ মিনিটৰ বাবে আজি সদন স্থগিত ৰাখিব…