শ্ৰেণী আন্তঃৰাষ্ট্ৰীয়

নাখায়ো,নুশুৱেও,বেমাৰো নহয় চীনা সৈন্যৰ !

২০১২ চনৰ কথা। দুগৰাকী বৈজ্ঞানিক ক্ৰমে ইমানুৱেল চাৰ্পে আৰু জেনিফাৰ ডৌদনাই এক নতুন প্ৰযুক্তিৰ আৱিষ্কাৰ কৰিছিল।সেই প্ৰযুক্তিৰ নাম আছিল ‘ক্ৰিছপাৰ’।এই মহিলা দুগৰাকীয়ে দাবী কৰিছিল যে মানুহৰ ডিএনএ ক্ৰিছপাৰৰ জৰিয়তে সলনি কৰিব পাৰি।এনেদৰে ডিএনএ সলনি কৰা শিশু কেতিয়াও ৰোগত আক্ৰান্ত নহয়।চীনৰ…

ভয়ংকৰ সংকটত পাকিস্তান !

ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ পাকিস্তান বৰ্তমান জুৰুলা হৈছে ভয়ংকৰ আৰ্থিক সংকটত।পাকিস্তানৰ অৱস্থা বৰ্তমান ইমানেই ভয়াবহ যে ৰাষ্ট্ৰখনে ইয়াৰ কূটনৈতিক সম্পত্তি বিক্ৰীৰ সিন্ধান্ত লৈছে।পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক উফৰাই শাসনত বহিছিল শ্বাহবাজ শ্বৰীফ।শ্বাহবাজ শ্বৰীফে দেশখনৰ আৰ্থিক সংকট মোকাবিলা কৰিবলৈ আমেৰিকাৰ ৱাশ্বিংটনস্থিত আৰ…

বিশ্ব কাপ ফুটবল- পি এছ জিৰ সতীৰ্থ এইবাৰ মুখামুখী যুঁজত

কাটাৰৰ  বিলিয়নাৰৰ মালিকনাধীন পেৰিছ ছেইন্ট জাৰ্মেই,. চমুকৈ পি-এছ-জি । কাটাৰৰ বিলিয়নাৰৰ মালিকনাধীন এই ক্লাবতে একেলগে খেলে ফ্ৰান্সৰ কিলিয়ান এমবাপে, ব্ৰাজিলৰ নেইমাৰ আৰু আৰ্জেন্টিনাৰ লায়নেল মেছিয়ে । বিশ্বৰ শ্ৰেষ্ঠ আক্ৰমণবিভাগ গঢ় লৈ উঠিছে এইটো ক্লাবতে । দুৰন্ত প্ৰদৰ্শনেৰে পি-এছ-জিৰহৈ এই পৰ্যন্ত…

১৫ বছৰৰ বাবে নিৰ্বাসন !

২০৩৭ চনলৈ নিষিদ্ধ হ’ল এজন গঞা !১৫ বছৰৰ বাবে নিৰ্বাসন এজন গঞাক !প্ৰতিবেশীৰ গছ কাটি নিৰ্বাসিত হ’ল এজন ব্যক্তি।সীমাক লৈ কাজিয়া অসমতেই নহয়,বৃটিছ সকলৰো হয় সীমাক লৈ সংঘাত।নিজৰ প্ৰতিবেশীৰ সীমাৰ শতিকা পুৰণি স্মৃতি বিজড়িত গছ কাটি কঠোৰ শাস্তিৰ সন্মুখীন হ’ল…

মেনেজাৰক লগত ৰাখি পুনৰ বিতৰ্কত ৰ’ণাল্ডো

ব্যক্তিগত মেনেজাৰ ৰখাক লৈ বিতৰ্কত পৰ্টুগালৰ তাৰকা খেলুৱৈগৰাকী।কাটাৰ বিশ্বকাপ ফুটবলত ব্যক্তিগত মেনেজাৰ ৰাখিছে ৰ’নাল্ডোৱে।মেনেজাৰ ৰিকি ৰেগুফেকক লগত ৰখাক লৈ দলত অসন্তুষ্টি। মঙলবাৰে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে প্ৰি কোৱাৰ্টাৰ মেচখনত ৰ’নাল্ডোক প্ৰশিক্ষক ফাৰ্ণাণ্ডো ছাণ্টোচে প্ৰথম একাদশত স্থান নিদি ৭৩ মিনিটতহে মেচত অৱতীৰ্ণ কৰায়।ইয়াকে…

বিশ্বকাপ ফুটবল — কোৱাৰ্টাৰ ফাইনেল

আজি ইউৰোপ বনাম দক্ষিণ অমেৰিকা !! নেইমাৰ বনাম ব্ৰজভিক, মেছি বনাম ভাৰ্জিল ভান ডিক ।। জিতেন গগৈ ।। বিশ্ৱ কাপ ফুটবলৰ আজিৰ দুয়োখন কোৱাৰ্টাৰ ফাইনেলত দেখা যাব ইউৰোপ আৰু দক্ষিণ আমেৰিকান দলৰ মাজৰ যুঁজ, য’ত ব্ৰাজিল ক্ৰৱেচিয়া আৰু আৰ্জেন্টিনা মুখামুখী…

চীনৰ সৃষ্টি আছিল কৰ’না

নিউয়ৰ্ক প’ষ্টৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি বিজ্ঞানীজনে য়ুহানৰ লেবৰটৰীৰ পৰাই এই মানৱ সৃষ্ট ভাইৰাছটো বাহিৰ হৈছিল বুলি দাবী কৰিছে।য়ুহান লেবৰটৰীটো চীনৰ য়ুহান নগৰত অৱস্থিত।এই মহানগৰ খনতে প্ৰথম ভাইৰাছটো বিয়পি পৰিছিল ৷ য়ুহানত এই ভাইৰাছটো ২০১৯ চনৰ ডিচেম্বৰত বিয়পি…

Slavery for life at the cost of Thousand Rupees only! An Investigative Report

They told that the couple would  provide all facilities to Monorita and would educate her at good school .They also assured that the couple also would pay Rs 2000 per month to Phoolmoni's family.

দাসত্ব: টকাৰ বাবে দালালৰ হাতত কন্যা সন্তানক তুলি দিছে পিতৃ-মাতৃয়ে

‘আমাৰ লগৰ এজনে তাইৰ লগত কথা পাতিছিল৷ তাই তাইক অৰুণাচলৰ পৰা লৈ আনিবলৈ কৈছিল৷ কিন্তু তাইক ঘূৰাই অনাটো দূৰৰ কথা, আমাৰ ঠিকাদাৰে তাইৰ কাষ চাপিবলৈও মানা কৰিছিল আমাক৷ কৈছিল,তাইক বচোৱাৰ চেষ্টা কৰিলে আমি নিজেই বিপদত পৰিম৷’ মাত্ৰ দুহাজাৰ টকাৰ বিনিময়ত…