Investigative reporting with dedication.
য়ুহানৰ পৰা আহিছে পুনৰ বেয়া খবৰ

চীনৰ য়ুহানৰ পৰা আৰম্ভ হৈছিল অতিমাৰী ক’ৰোনা৷ ক’ৰোনাৰ সংক্ৰমন ৰোধ হোৱাৰ পাছত যোৱামাহত য়ুহানত উঠাই দিয়া হয় লক্ডাউন৷ কিন্তু লক্ডাউন উঠাই লোৱাৰ এমাহৰ পিছত পুনৰ ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ঘটিছে য়ুহানত। এটা কমপ্লেক্সৰ ৫জনকৈ ব্যক্তিৰ শৰীৰত নতুনকৈ ধৰা পৰিছে ক’ৰোণা। প্ৰায় ১০৫…




