Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
ৰাজ্যত ক’ৰোণা আক্ৰান্তৰ সংখ্যা বাঢ়িয়েই আছে ৷ এইমাত্ৰ অহা খবৰ অনুসৰি কোকৰাঝাৰৰ কুৱাৰাইণ্টিণ চেণ্টাৰত থকা দুগৰাকী লোক ক’ৰোনাক্ৰান্ত হৈছে ৷ টুইট কৰি খবৰ জনালে মন্ত্ৰী হিমন্তবিশ্বই ৷ ইয়াৰ লগে লগে সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১৯১ লৈ বাঢ়িল
এজনৰ বৃদ্ধিৰে ৰাজ্যত ক’ৰোনা সংক্ৰমিতৰ সংখ্যা ১৮৯ লৈ বৃদ্ধি
ৰাজ্যত পুনৰ বৃদ্ধি পালে কোৰোণা ৰোগীৰ সংখ্যা ৷মন্ত্ৰী হিমন্তবিশ্বই শেহতীয়াকৈ কৰা টুইট অনুসৰি ৰাজ্যত পুনৰ এগৰাকীৰ ক’ৰোনা টেষ্ট পজিটিভ আহিছে ৷ এইগৰাকীৰে সৈতে ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১৮৯লৈ বৃদ্ধি পালে ৷ আক্ৰান্ত ৰোগীগৰাকী কোকৰাঝাৰ কোৱাৰাইণ্টিণ…
আকৌ ৩ জন ৷ সৰ্বমুঠ ১৮৮
অসমত আকৌ নতুনকৈ ৩ গৰাকী ক’ৰোণা ৰোগী চিনাক্ত হৈছে ৷ শেহতীয়া খবৰ অনুসৰি অসমত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১৮৮ লৈ বৃদ্ধি পালে ৷ এই তিনিওগৰাকী ৰোগীৰ খবৰ আহিছে বৰপেটা ৰ পৰা ৷ বৰপেটাৰ এইকেইগৰাকী ৰোগী চিনাক্ত হৈছে বৰপেটা মেডিকেল কলেজত ৷
পুনৰ ১৪ গৰাকী বাঢ়িল ৷ মুঠ আক্ৰান্ত ১৮৫
ৰাজ্যত পুনৰ ১৪ গৰাকীৰ দেহত ধৰা পৰিল ক’ৰোনাৰ উপস্থিতি ৷ আজিৰ ভিতৰতে দ্বিতীয়বাৰ চিনাক্তহ’ল বৃহৎসংখ্যক ৰোগী ৷ অসমত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যাা বাঢ়িল ১৮৫ লৈকে ৷ মন্ত্ৰী হিমন্ত বিশ্বই ১০ বাজি ৩৫ মিনিটত টুইট কৰি জনালে এই খবৰ ৷ ৰাজ্যবাসী আৰু বেছি…
বিশ্ব স্বাস্থ্য সংস্থাত নিযুক্তি লাভ ভাৰতৰ স্বাস্থ্যমন্ত্ৰীৰ
https://twitter.com/sarbanandsonwal/status/1263049332493713413?s=19
দেশৰ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যবাহী সমিতিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে। কিছু সময় আগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ…
ৰে’লৰ চকাত কোনে কিয় লগালে তলা?
শেহতীয়াকৈ এখন ফটোৱে লাভ কৰিছে বিশেষ চৰ্চা। ৰে'লৰ চকাত লগোৱা হৈছে শিকলি। কিন্তু কিয়? আমফান নামৰ প্ৰচণ্ড ঘুৰ্ণী বতাহৰ বাবেই বিভাগীয় কৰ্তৃপক্ষই লৈছে এই ব্যৱস্থা। আমপানক লৈ বতৰবিজ্ঞানীয়ে সতৰ্ক কৰি দিছে বিভিন্ন ৰাজ্যক। বিজ্ঞানীমহলৰ মতে আমফানৰ…
শ্ৰমিক স্পেচিয়েল ৰে’লৰ ক্ষেত্ৰত কেন্দ্ৰৰ কি নতুন নিৰ্দেশনা?
শ্ৰমিক স্পেচিয়েল ৰে'লৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰই। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনা নকৰাকৈ কোনো ৰে'ল চলাব নোৱাৰিব ৰে'ল মন্ত্ৰালয়ে। ৰে'লত উঠা আৰু নমাৰ পাছত ল'বলগীয়া ব্যৱস্থাৰ তদাৰকীৰ কাম ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নিয়োগ…
ক’ৰোনো: ভাৰতত প্ৰথমবাৰলৈ এদিনত সম্পন্ন হ’ল ১লাখ টেষ্ট
ভাৰতত প্ৰথমবাৰলৈ এদিনত সম্পন্ন হ'ল ১লাখ টেষ্ট। দেশত ক'ৰোণাত আক্ৰান্তৰ সংখ্যা ক্ৰমাণ্বয়ে বৃদ্ধি পাই আহিছে। যোৱা ২৪ঘণ্টাত ৫৬১১জনৰ কোভিড-১৯ টেষ্টৰ ৰিজাল্ট পজিটিভ পোৱা গৈছে। ইয়াৰ লগে লগে ক'ৰোণাত আক্ৰান্তৰ সংখ্যা ১লাখ ৬হাজাৰ ৭৫০জনলৈ বৃদ্ধি হয়।…
ৰাজ্যপাল জগদীশ মুখীৰ বিৰুদ্ধে কি অভিযোগ হাগ্ৰামা মহিলাৰীৰ ?
বিগত মংগলবাৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে কোকৰাঝাৰ ভ্ৰমণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ গাইডলাইন অমান্য কৰিছে।গাইডলাইন অনুসৰি ৬৫ বছৰৰ উৰ্ধৰ ৰাজ্যপালজনে ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব লাগে।-এই অভিযোগ হাগ্ৰামা মহিলাৰীৰ।আজি এক ফেচবুক অপডেটৰ জৰিয়তে…
বিশ্ব স্বাস্থ্য সংস্থালৈ লিখিত পত্ৰত আকৌ ভাবুকি ড’নাল্ড ট্ৰাম্পৰ!
ক’ৰোণাৰ উত্স সম্পৰ্কে সোমবাৰে বিশ্বৰ ৩৫খন দেশে প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰা পৰিলক্ষিত হয়। ইয়াৰোপৰি একেই প্ৰশ্নৰ অৱতাৰণা কৰিছে ইউৰোপৰ ২৭খন সদস্য ৰাষ্ট্ৰই । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৪খন স্থায়ী সদস্য ৰাষ্ট্ৰ-…