সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতক স্থিতি সলনি  কৰিবলৈ কিয় আহ্বান জনাইছে তালিবানে ?

আফগানিস্তানলৈ ভাৰতীয় সেনা প্ৰেৰণ নকৰিবলৈ পূৰ্বেই ভাবুকি দিছিল তালিবানে ৷ এইবাৰ  আফগানিস্তানৰ ক্ষমতালৈ অহাৰ পাছত তালিবান বাহিনীয়ে ভাৰতক নিজৰ স্থিতি সলনি কৰিবলৈ আহ্বান জনাইছে ৷ তালিবানৰ মুখপাত্ৰ শাহীন সুহেলে কয় যে পূৰ্বৰ আশ্ৰফ ঘানি চৰকাৰৰ…

দুখন বিমান সাজু ৰাখক : এয়াৰ ইন্ডিয়াক কিয় এই নিৰ্দেশ কেন্দ্ৰৰ ?

কাবুলৰ পৰা ভাৰতীয় নাগৰিকসকলক জৰুৰীভাবে ওভতাই আনিবলৈ এয়াৰ ইণ্ডিয়াক দুখন বিমান সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ পাছতে তৎপৰ হৈ উঠিছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষ ৷ দেওবাৰে তালিবানে কাবুল দখল কৰাৰ পাছতেই এয়াৰ ইণ্ডিয়াৰ শেষৰখন…

শ্বিলঙলৈ নাযাব ।জাৰি হৈছে সান্ধ্য আইন ।কিন্তু কিয় ?

এজন প্ৰাক্তন বিদ্ৰোহী নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে মেঘালয়ৰ ৰাজধানী শ্বিলং। উত্তপ্ত পৰিস্থিতিৰ মাজতে ৰাজ্যখনৰ ঠায়ে ঠায়ে সংঘটিত হৈছে কেইবাটাও হিংসাত্মক ঘটনা। দেওবাৰে আভ্যন্তৰীণ বিদ্ৰোহৰ ফলস্বৰূপে মেঘালয় অস্হিৰ হৈ থকাৰ সময়তে…

বিজেপিলৈ নাযায় সুস্মিতা দেৱ , যোগ দিব কোন দলত ?

প্ৰাক্তণ সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে পদত্যাগ কৰাৰ পাছত কংগ্ৰেছৰ ভিতৰচ’ৰাত ধুমুহাৰ সৃষ্টি হৈছে ৷ পশ্চিমবংগৰ সংবাদমাধ্যমৰ খবৰ অনুসৰি তেও তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱণা আছে ৷ সোমবাৰে ছোনিয়া গান্ধীলৈ…

২০ বছৰৰ আফগান যুদ্ধ সামৰি কিয় খালী হাতেৰে উভতিল আমেৰিকা ?

৯/১১ ৰ ভয়ংকৰ আক্ৰমণৰ পাছত আমেৰিকা প্ৰতিশোধ পৰায়ণ হৈ উঠিল ৷ আল-কায়দা আৰু তালিবানৰ নেক্সাছৰ আলম লৈ নিশাৰ ভিতৰতে সৈন্যসামন্ত লৈ প্ৰৱেশ কৰিলে আফগানিস্তানত ৷ তাৰ পাছত সুদীৰ্ঘ ২০ টা বছৰৰ অবিৰাম যুদ্ধ ৷ ব্যয় হ’ল কৌটি কৌটি ডলাৰ ৷ হাজাৰ হাজাৰ সৈনিক…

কিয় কংগ্ৰেছৰ পৰা পদত্যাগ সুস্মিতা দেৱৰ?

কংগ্ৰেছৰ পৰা পদত্যাগ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ৷পদত্যাগ পত্ৰ ছোনীয়া গান্ধীলৈ৷ টুইটাৰতো নিজকে প্ৰাক্তন কংগ্ৰেছী আখ্যা সুস্মিতা দেৱৰ৷

আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পাছত ভাৰত দোমোজাত কিয় ?

একৈশ বছৰৰ পাছত আকৌ জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে আফগানিস্তান ৷ আফগানিস্তানৰ ৰাজধানী কট্টৰ ইছলামিক সংগঠন তালিবানে দখল কৰাৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে পদত্যাগ কৰিছে ৷ ইতিমধ্যে তেও নিজৰ ঘণিষ্ঠ সহযোগীসকলক লৈ আফগানিস্তান এৰিছে ৷ সংবাদ…

দেশ এৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে , কাবুল এৰিলে এয়াৰ ইণ্ডিয়াৰ শেষৰখন বিমানে ?

তালিবানৰ ৰাজধানী চহৰ দখলৰ পাছত দেশ এৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷তেও আমেৰিকালৈ ৰাওণা হোৱা বুলি খবৰ ওলাইছে ৷ তাৰ মাজতে কাবুল এৰিলে এয়াৰ ইণ্ডিয়াৰ শেষৰখন বিমানেও ৷ বিমানখনত আছে ১২৯ গৰাকী যাত্ৰী ৷ দেওবাৰে তালিবানী বাহিনীয়ে কাবুল…

তালিবানৰ দখললৈ আফগানিস্তান : ভাৰতৰ ২২ হাজাৰ কৌটিৰ বিনিয়োগ অথলে যাব নেকি ?

আগগানিস্তানৰ ক্ষমতা তালিবানৰ হাতলৈ যোৱাটো  নিশ্চিত হৈছে ৷ দেওবাৰে তালিবানে দেশখনৰ ৰাজধানী চহৰ কাবুল দখল কৰিছে ৷ ইতিমধ্যে পদত্যাগ কৰিছে দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷ সমগ্ৰ চহৰজুৰি স্পষ্ট হৈ পৰিছে ক্ষমতা হস্তান্তৰৰ পৰিৱেশ ৷ ইছলামিক…

তালিবানৰ দখলত কাবুল , আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি হ’ব কোন ?

কাবুলত প্ৰৱেশ কৰাৰ পাছতে  প্ৰধান কাৰাগাৰৰ দুৱাৰ মুকলি কৰি দিলে তালিবানে ৷জেলৰ পৰা বন্দী তালিবানৰ সদস্যসকলক মুক্তি দিয়া হৈছে ৷একেসময়তে কাবুলৰ প্ৰায় সকলো চৰকাৰী ভৱনত এতিয়া উৰিছে তালিবানৰ পতাকা ৷ ইয়াৰ পূৰ্বে বগৰম বিমানবন্দৰত থকা বগৰম…