Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
দেশত বৃদ্ধি পাইছে অৰ্থনৈতিক অস্থিৰতা। দেউলীয়া কোম্পানীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে। এই কোম্পানীবোৰে বিভিন্ন কাৰণত ব্যৱসায়ত টিকি থাকিব পৰা নাই। এটা দুটা নহয়, পৰিসংখ্যা দেখি আপুনিও আচৰিত হ’ব। দেশত বিগত ৬ বছৰত ৪০ হাজাৰৰো অধিক কোম্পানী…
আমেৰিকাত বন্ধ হোৱা ই ভি এম ভাৰতত কিয়?
অৰূপ কলিতা, দ্য ক্ৰছকাৰেণ্টঃ
মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ পাছতেই আকৌ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ই ভি এম৷ বিৰোধী দলসমূহে ই ভি এমৰ জালিয়াতিৰ সম্ভাৱনাৰ বিষয়টোক অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে৷ কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে ভি…
অৱসৰৰ পূৰ্বে ডি ৱাই চন্দ্ৰচূড়ৰ ঘৰলৈ কিয় গৈছিল প্ৰধানমন্ত্ৰী মোদী?
দেশৰ সদ্য প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ শেহতীয়া এটা মন্তব্য চৰ্চিত হৈ পৰিছে। এটা সংবাদ মাধ্যমত দিয়া সাক্ষাত্কাৰত তেওঁ কয়, একাংশ লোকে ন্যায়পালিকাৰ কান্ধত বন্দুক থৈ গুলী চলাব বিচাৰে। কিন্তু প্ৰশ্ন হৈছে, কোন এই একাংশ লোক?…
৫০ বছৰলৈ ক্ষমতাত থকাৰ নীল নক্সা বিজেপিৰ
নিৰ্বাচন আয়ুক্ত সমিতিত থাকিব তিনিগৰাকী সদস্য৷ এই সদস্যসকল হ’ল –প্ৰধানমন্ত্ৰী , বিৰোধী দলপতি আৰু প্ৰধানমন্ত্ৰীৰ দ্বাৰা মনোনীত এগৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী৷ অৰ্থাৎ এই তিনিজনীয়া কমিটীত চৰকাৰী পক্ষই সংখ্যাগৰিষ্ঠ ৷ যাৰ জৰিয়তে তেওঁলোকে নিজৰ…
আদানীৰ পৰা অনুদান ল’লেও হ’ব কলংকিত!
গৌতম আদানী এতিয়া বিশ্বজুৰি দুৰ্নীতিৰ প্ৰতীক হৈ পৰিছে। গৌতম আদানীৰ সৈতে সম্পৰ্ক ছেদ কৰিব বিচাৰিছে বিভিন্ন দেশে। আমেৰিকাই গৌতম আদানীৰ কু-কীৰ্তি উদঙাই দিয়া পাছত কেনিয়া, বাংলাদেশ, শ্ৰীলংকা আদি দেশে আদানী গ্ৰুপৰ সৈতে থকা তেওঁলোকৰ চুক্তি সম্পৰ্কত…
আদানীৰ পৰা অনুদান ল’লেও হ’ব কলংকিত! তেলেংগানাই নল’লে আদানী গ্ৰুপৰ অনুদান
গৌতম আদানী যেন এতিয়া বিশ্বজুৰি দুৰ্নীতিৰ প্ৰতীক হৈ পৰিছে। গৌতম আদানীৰ সৈতে সম্পৰ্ক ছেদ কৰিব বিচাৰিছে বিভিন্ন দেশে। আমেৰিকাই গৌতম আদানীৰ কু-কীৰ্তি উদঙাই দিয়া পাছত কেনিয়া, বাংলাদেশ, শ্ৰীলংকা আদি দেশে আদানী গ্ৰুপৰ সৈতে থকা তেওঁলোকৰ চুক্তি…
শীতকালীন অধিৱেশনতেই পতন হ’ব বিজেপি চৰকাৰ
অষ্টাদশ লোকসভাৰ তৃতীয় অধিৱেশন বিজেপিৰ বাবে এটা ভয়লগা সপোন হৈ পৰিছে। এই অধিৱেশনতেই হয়তো উত্থাপন হ’ব পাৰে অনাস্থা প্ৰস্তাৱ। আৰু তাৰ পাছত সুযোগৰ সন্ধানত থকা চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ সিদ্ধান্তই ক্ষমতাৰ পৰা বিতাড়িত কৰিব পাৰে বিজেপিক।…
আদানীৰ পৰা উৎকোচ লোৱাৰ তালিকাত কোন কোন মুখ্যমন্ত্ৰী?
গৌতম আদানীৰ সৈতে নাম সাঙোৰ খাই পৰা ভাৰতৰ আন এগৰাকী চৰ্চিত ব্যক্তি জগন মোহন ৰেড্ডী। অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৱাই এছ আৰ কংগ্ৰেছৰ নেতা। আদানীয়ে উত্কোচৰ সাম্ৰাজ্যখন যেনেকৈ বহিঃৰাষ্ট্ৰত মেলি দিছিল, সেইদৰে দেশৰ ভিতৰতো নেমেলাকৈ থকা…
আদানীৰ সৈতে বাতিল সকলো চুক্তি। কেনিয়াৰ ৰাষ্ট্ৰপতিৰ এই ঘোষণাৰ পাছতেই সংসদত জয়ধ্বনি
আমেৰিকাৰ আদালতৰ যোগেদি পোহৰলৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু বুলি চৰ্চিত উদ্যোগপতি গৌতম আদানীৰ কু-কীৰ্তি। আদানীৰ কোম্পানী আদানী গ্ৰীণছ আৰু কানাডাৰ এটা কোম্পানী এজিউৰে মুনাফা লাভৰ আশাত ৰাজ্যই ৰাজ্যই বিলাইছিল ২ হাজাৰ কোটি…
আমেৰিকাত ফাদিল অসমত বিদ্যুৎ বিক্ৰী কৰা এজিউৰৰ ক’লা অধ্যায়
অধিক দামত বিদ্যুৎ বিক্ৰী কৰিবলৈ ৰাজ্যই ৰাজ্যই এজিউৰে দিছিল উৎকোচ। এক মেগাৱট বিদ্যুৎ ক্ৰয়ৰ বিনিময়ত ২৫ লাখকৈ উৎকোচ এজিউৰৰ। এজিউৰৰ পৰা ২৫ বছৰলৈ বিদ্যুৎ ক্ৰয়ৰ চুক্তি অসম চৰকাৰৰ। তদন্ত হ’বনে কৃষকৰ মাটি কাঢ়ি ব্যৱসায় কৰা এজিউৰৰ দুৰ্নীতিৰ?